ETV Bharat / state

নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2019ৰ লাই খুঁটা স্থাপন - লাই খুঁটা স্থাপন

ঐক্য-শান্তি আৰু সমন্বয়ৰ প্ৰতীক নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন

নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2019 ৰ লাই খুঁটা স্থাপন
author img

By

Published : May 1, 2019, 7:43 PM IST

নাওবৈচা, 1 মেঃ সম্পূৰ্ণ আধ্যাত্মিকতাৰে বুধবাৰে নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2019ৰ লাই খুঁটা স্থাপন কৰা হয় ৷ নাওবৈচা অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বিহুৰ পুৰাতন ঐতিহ্য ৰক্ষাৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰো ৩৬তম ৰঙালী বিহু সন্মিলন উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ।

নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2019 ৰ লাই খুঁটা স্থাপন

আৰু পঢ়কঃ নাতিৰ আক্ৰমণত আহত ৭০ বছৰীয়া আইতা

অহা ১২,১৩,আৰু১৪ মে'ত তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব বিহু সন্মিলনখন ৷ বিহু সন্মিলন খনিৰ তিনিওটা দিনতে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ উপৰিও জনপ্ৰিয় শিল্পী গীতাঞ্জলি দাসে গীত পৰিৱেশন কৰিব । আনহাতে ১৪ মে'ৰ মুকলি সভাত অসম গৌৰৱ পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ উদ্ধব কুমাৰ ভৰালীক সম্বৰ্ধনা জনোৱা হ'ব ৷

Intro:নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন২০১৯ৰ লাইখুটা স্থাপন।Body:নাওবৈচা: ১মে : ঐক্য-শান্তি আৰু সমন্বয়ৰ একতাৰ প্ৰতীক নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি বুধ বাৰে মাংগলিক কাৰ্যৰে লাইখুটা স্থাপন কৰা হয়। নাওবৈচা অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বিহুৰ পুৰাতন ঐতিহ্য ৰক্ষাৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰো ৩৬ ত্বম নাওবৈছা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন উদযাপন কৰিবলৈ বিয়াপক প্ৰস্তুতি চলাইছে।অহা ১২,১৩,আৰু১৪ মেত তিনিদিনীয়াকৈ উদযাপন কৰিবলগীয়া বিহু সন্মিলনখনিৰ বাবে বুধবাৰে খোল-তাল আৰু মাংগলিক কাৰ্যৰে লাইখুটা স্থাপন কৰা হয়। অঞ্চলটোৰ ভালেসংখ্যক লোকৰ উপস্থিত আৰু উদযাপন সমিতিৰ সহযোগত এই লাইখুটা স্থাপন কৰা হয়। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা বিহু সন্মিলন খনিৰ তিনিওটা দিনতে বাৰেৰহনিয়া সাংস্কৃতিক কাৰ্যক্ৰমণিকা উপৰিও জনপ্ৰিয় শিল্পী গিতাঞ্জলি দাসে গীত পৰিবেশন কৰিব।Conclusion:আনহাতে বিহু সন্মিলন খনি ১৪ মেৰ দিনৰ মুকলি সভাত অসম গৌৰৱ উদ্ধাৱক পদ্মশ্ৰী বঁটা প্ৰাপক ড০ উদ্ধব কুমাৰ ভৰালীক সম্বৰ্ধনা জনাব।

নিতুল বৰা
১/৪/২০১৯
নাওবৈচা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.