ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

author img

By

Published : Aug 29, 2019, 12:39 PM IST

গ্ৰামাঞ্চল সমূহৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে লখিমপুৰৰ ৰাইজক । এইবাৰ পথ উন্নয়নৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী ।

পথ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

লখিমপুৰ, 29 আগষ্টঃ বৃহস্পতি বাৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কাকৈ ৰাজগড় আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত ৰূপায়ণ কৰে পথ অৱৰোধ কাৰ্যসূচী৷ লীলাবাৰীৰ পৰা কাকৈ সংযোগী গড়কাপ্তানি পথত ৰূপায়ণ কৰে এই অৱৰোধ কাৰ্যসূচী । দীৰ্ঘদিনে বিধ্বস্ত হৈ থকা গুৰুত্বপূৰ্ণ পথটোৰ পুনৰ নিৰ্মাণৰ দাবীত দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ লগতে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তপ্ত কৰি তোলে ৰাজপথ । তৎকালীন ভাবে পথটো নিৰ্মাণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলন অধিক তীব্ৰ কৰি তোলাৰ হুংকাৰ সংগঠনটোৰ কৰ্মী সকলৰ ।

Intro:গ্ৰামাঞ্চল সমূহৰ পথৰ দুৰবস্থাই জীয়াতু ভোগাইছে লক্ষীমপুৰৰ ৰাইজক ।এইবাৰ পথ উন্নয়নৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কৰ্মী ।Body:বৃহস্পতি বাৰে সংগঠনটোৰ কাকৈ ৰাজ্গড় আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত অবৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰিলে লিলাবাৰীৰ পৰা কাকৈ সংযোগী গড়কাপ্তানী পথত । দীৰ্ঘদিনে বিধস্ত হৈ থকা গুৰুত্বপূৰ্ণ পথটোৰ পুনৰ নিৰ্মাণৰ দাবীত ৰূপায়ণ কৰিলে দুই ঘণ্টীয়া পথ অবৰোধ কাৰ্য্যসূচী। Conclusion: তৎকালীন ভাবে পথটো নিৰ্মাণ নকৰিলে পৰবৰ্তী সময়ত আন্দোলন তীব্ৰ আন্দোলন হুংকাৰ দিলে সংগঠনটোৰ কৰ্মী সকলে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.