ETV Bharat / state

লখিমপুৰত আছুৰ প্ৰতিবাদ - undefined

নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ তদন্ত  ক্ষীপ্ৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই । দোষীক উচিত শাস্তি দিয়াৰ লগতে উপযুক্ত প্ৰাৰ্থীক ন্যায় প্ৰদানৰ দাবীৰে আছুৱে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

HJ,J
author img

By

Published : Mar 20, 2019, 2:07 PM IST

লখিমপুৰ, ২০ মাৰ্চ: পঞ্চায়ত-গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ অৱস্থান ধৰ্মঘট ।

VIDEO
নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই। দোষীক উচিত শাস্তি দিয়াৰ লগতে উপযুক্ত প্ৰাৰ্থীকন্যায় প্ৰদানৰ দাবীৰে আছুৱে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ,জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া ত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে লখিমপুৰ ত আছুৰ অৱস্থা ন ধৰ্মঘট । নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ ক্ষিপ্ৰ কৰাৰ দাবী আছুৰ। পৰিয়াল কেন্দ্ৰীক নিযুক্তি প্ৰক্ৰিয়াত বাদ পৰি ৰোৱা শিক্ষীত যুৱক যুৱতীক নিযুক্তি দিয়াৰ দাবী আছুৰ। তদন্তৰ ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ ভূমিকাত ক্ষুব্ধ আছুৰ দাবী গাদীত স্বাৰ্থ এৰি জনতাৰ স্বাৰ্থত মাত মাতক সোনোৱালে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.