ETV Bharat / state

মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে লখিমপুৰত ৰাজহুৱা সভা - লখিমপুৰত ৰাজহুৱা সভা

মাইক্ৰ’ফাইনেন্স কোম্পানীৰ অবাধ লুণ্ঠন বন্ধ কৰা আৰু ঋণ ৰেহাইৰ দাবীত এই ৰাজহুৱা সভা অনুষ্ঠিত কৰে সমন্বয় নাৰী শক্তিয়ে ৷ মাইক্ৰ’ফাইনেন্স কোম্পানী সমূহে ঋণ আদায় কৰাৰ নামত মহিলা সকলক নানা নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী মহিলাসকলে ৷

meeting-against-microfinance-corruption
মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে লখিমপুৰত ৰাজহুৱা সভা
author img

By

Published : Dec 20, 2020, 3:47 PM IST

লখিমপুৰ, 20 ডিচেম্বৰ : মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে লখিমপুৰত সমন্বয় নাৰী শক্তিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । লখিমপুৰ জিলাৰ সোৱণশিৰি মহাবিদ্যালয় প্ৰাংগণত সমন্বয় নাৰী শক্তিৰ উদ্যোগত ভুক্তভোগী মহিলা সমাজৰ সহযোগত আয়োজন কৰা হয় ৰাজহুৱা সভাখন ।

মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে লখিমপুৰত ৰাজহুৱা সভা

মাইক্ৰ’ফাইনেন্স কোম্পানীৰ অবাধ লুণ্ঠন বন্ধ কৰা আৰু ঋণ ৰেহাই দাবীত এই ৰাজহুৱা সভা অনুষ্ঠিত কৰে সমন্বয় নাৰী শক্তিয়ে ৷ মাইক্ৰ’ফাইনেন্স কোম্পানী সমূহে ঋণ আদায় কৰাৰ নামত মহিলা সকলক নানা নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী মহিলাসকলে ৷ ৫ শতাধিক মহিলা উপস্থিত থকা এই ৰাজহুৱা সভাৰ জৰিয়তে চাৰি দফিয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসম চৰকালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অসম চৰকাৰে ২১ ৰ নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে এই চাৰি দফিয়া দাবী সমুহ কাৰ্যকৰী নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে সমন্বয় নাৰী শক্তি লগতে ভুক্তভোগী মহিলা সমাজে ।

লগতে পঢ়ক : হাথৰস কাণ্ড: ধৰ্ষিতাৰ পৰিয়ালে এৰিব খোজে বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.