ETV Bharat / state

নদীবান্ধক লৈ পুনৰ উত্তপ্ত হোৱাৰ পথত লখিমপুৰৰ পৰিস্থিতি - ধেমাজি জিলা

২০১১  চনৰ পৰা বন্ধ হৈ পৰা গেৰুকামুখৰ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিছিল NHPC এ কিন্তু শেহতীয়া চৰকাৰে কৰা ঘোষণাৰ পিচত পুনৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ উপক্ৰম হৈছে লখিমপুৰ জিলাত।

নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পক লৈ উত্তপ্ত লখিমপুৰ
author img

By

Published : Oct 17, 2019, 10:01 PM IST

লখিমপুৰ,17 অক্টোবৰঃ ক্ষোভত জ্বলিছে লখিমপুৰ জিলা ৷ গোপনে আৰম্ভ হৈছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম ৷ দল সংগঠন,ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি NHPC কৰ্তৃপক্ষৰ সদম্ভ ঘোষণা ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব প্ৰকল্পৰ কাম। এই ঘোষণাৰ পিছতে ক্ষোভৰ জুই জ্বলিছে লখিমপুৰ জিলাত ৷ দল সংগঠনৰ ঘোষণা ২০১১ চনৰ দৰে আন্দোলন কৰিব হ'লেও বন্ধ কৰা হ'ব চৰকাৰ আৰু NHPCৰ ষড়যন্ত্ৰ ৷

LAKHIMPUR WILL BE TENSE DUE TO NHPC BIG DAM
লখিমপুৰৰ চৰকাৰী খেল পথাৰত জহি যাবলৈ ধৰিছে বান্ধৰ সামগ্ৰী

পুনৰ যেন ভয়াৱহ আন্দোলনৰ উকমুকনি লখিমপুৰ আৰু ধেমাজি জিলাত ৷ দল সংগঠন,ৰাইজৰ তীব্ৰ আন্দোলনৰ ফলত ২০১১ চনৰ পৰা বন্ধ হৈ পৰা গেৰুকামুখৰ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিছিল NHPC এ কিন্তু শেহতীয়া চৰকাৰে কৰা ঘোষণাৰ পিচত পুনৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ উপক্ৰম হৈছে লখিমপুৰ জিলাত। ২০১১ চনত আন্দোলনকাৰীয়ে আবদ্ধ কৰি ৰখা নদীবান্ধৰ যন্ত্ৰাংশ এতিয়াও পৰি ৰৈছে লখিমপুৰতে । লখিমপুৰৰ চৰকাৰী খেল পথাৰত জহি যাবলৈ ধৰিছে বৃহৎ আকাৰৰ যন্ত্ৰ । উল্লেখ্য যে দল সংগঠনৰ আন্দোলনৰ পিছত সামগ্ৰীৰ অভাৱত বহুদিন বন্ধ হৈ পৰা প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ ঘোষণাৰ পিছতে লখিমপুৰ জিলাত দল সংগঠন সমূহ সাজু হৈছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ বাবে। দল সংগঠনৰ অভিযোগ প্ৰকল্পটো সম্পুৰ্ণ কৰোৱাৰ স্বাৰ্থত আছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ।

পুনৰ উত্তপ্ত হোৱাৰ পথত লখিমপুৰৰ পৰিস্থিতি

নদীবান্ধৰ বিৰোধিতা কৰি অহা লখিমপুৰ জিলা ছাত্ৰ সন্থাৰো ঘোষণা,এটা সময়ত নদী বান্ধৰ বিৰোধিতা কৰা বৰ্তমানৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙ এতিয়া নদীবান্ধৰ মুখপাত্ৰ হৈ পৰিছে। যদিহে কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ কমিতিৰ সিদ্ধান্ত নামানি NHPC কৰ্তৃপক্ষক পুনৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰে তেনেহ'লে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

Intro:দল সংগঠন,ৰাইজৰ প্ৰতিবাদক আওকান কৰি NHPC কৰ্তৃপক্ষৰ সদম্ভ ঘোষনা ২০২৩ চনৰ ভিতৰত হৈ উঠিব প্ৰকল্পৰ কাম। এই ঘোষনাৰ পিছতে ক্ষোভৰ জুই জ্বলিছে লখিমপুৰ জিলাত দল সংঘঠণৰ ঘোষণা ২০১১ চনৰ দৰে আন্দোলন হব চৰকাৰ আৰু NHPC ৰ বিৰুদ্ধে।

Body:আৰম্ভ হৈছে বন্ধ হৈ পৰা

GFX: নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম।
NHPC ৰ ঘোষণাত ক্ষোভৰ জুই লখিমপুৰ জিলাত
ভয়াবহ আন্দোলনৰ উকমুকনি লখিমপুৰ ধেমাজি ত

দল সংগঠন, ৰাইজৰ তিব্ৰ আন্দোলনৰ ফলত ২০১১ চনৰ পৰা বন্ধ হৈ পৰা গেৰুকামুখৰ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিছিল NHPC এ কিন্তঙ সেহতীয়াকৈ এটা ঘোষনাত পুনৰ একছ পৰিবেশ হোৱাৰ উপক্ৰম হৈছে লখিমপুৰ ত। এইয়া ছাওক ২০১১ চনত আন্দোলনকাৰীয়ে আৱদ্ধ কৰি ৰখা নদীবান্ধৰ যন্ত্ৰাসৰ এটা অংশ । লখিমপুৰ ৰ চৰকাৰী খেল পথাৰত জহি যোৱা বৃহত আকাৰৰ যন্ত্ৰ এতিয়া জহিছে। এনে আন্দোলনৰ পিছত সামগ্ৰী ৰ অভাৱত বন্ধ।হৈ পৰা প্ৰকল্পৰ কাম পুণৰ আৰম্ভ কৰাৰ ঘোষণাৰ পিছতে লখিমপুৰ জিলাত দল সংগঠণ সাজু হৈছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুণৰ আন্দোলনৰ বাবে। দল সংগঠণৰ অভিযোগ প্ৰকল্পটো সম্পুৰ্ণ কৰোৱাৰ স্বাৰ্থত আথে ৰাজ্য আৰু কেন্দীয় চৰকাৰ। এইয়া লখিমপুৰ ধেমাজি, মাজুলিৰ ৰাইজক ধংশ কৰাৰ কৌষল চৰকাৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মন্তব্য । যি কোনো পৰ্যায়ত গৈ বন্ধ কৰা হৱ নিৰ্মাণ কাৰ্য।

বাইট: কৃষক নেতা লখিমপুৰ।

নদীবান্ধৰ বিৰুধীতা কৰি অহা লখিমপুৰ দিলা ছাত্ৰ সন্থাৰো ঘোষণা এটা সময়ত শাসনৰ গাদিত নথকা বৰ্তমানৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বিৰুধীতা কৰিচিৰ নদীবান্ধৰ । কিন্তু সকলো মিছা। যদিহে কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ কমিতিৰ সিৰ্ধান্ত নামানি NHPC কৰ্তৃপক্ষক পুণৰ নিৰ্মানৰ বাবে অনুমতি প্ৰদান কৰে ৰাইজৰ সহযোগৰ হব তীব্ৰ আন্দোলন।

বাইট: আছু নেতা।

Conclusion:সকলো দল সংগঠণৰ মন্তব্য প্ৰথমে সুৰক্ষা প্ৰদান কৰক জনসাধাৰনক। অৰুনাচল চৰকাৰে নদীবান্ধৰ বিৰুদছ লোৱা সৱল স্থিতি গ্ৰহণ কৰক সৰ্বানন্দ সোনোৱাল নেতৃত্বত থকা ৰাজ্য চৰকাৰে অন্যথা চৰকাৰ বিৰুধী আন্দোলনত কপিব ৰাজ্য।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.