ETV Bharat / state

সূৰাপায়ী দূৰ্বৃত্তই লণ্ড-ভণ্ড কৰিলে লখিমপুৰৰ ব্যক্তিগত বিদ্যালয়

author img

By

Published : Jun 18, 2019, 11:17 AM IST

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি দেওবাৰে ৰাতি বিদ্যালয়খনৰ চৌহদত কোনো অচিনাক্ত ব্যক্তিয়ে মদ্যপান কৰি বিদ্যালয়খন লণ্ড ভণ্ড কৰে ৷

সূৰাপায়ী দূৰ্বৃত্তই লণ্ড-ভণ্ড কৰিলে লখিমপুৰৰ ব্যক্তিগত বিদ্যালয়

লখিমপুৰ , 18 জুনঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া জাতীয় বিদ্যালয়ত দূৰ্বৃত্তই চলালে উপদ্ৰৱ। সুৰাপায়ী দূৰ্বৃত্তই ভাঙিলে বিদ্যালয়ৰ কাৰ্যালয়। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি দেওবাৰে ৰাতি বিদ্যালয়খনৰ চৌহদত কোনো অচিনাক্ত ব্যক্তিয়ে মদ্যপান কৰি বিদ্যালয়খন লণ্ড ভণ্ড কৰে ৷ ইয়াৰোপৰি দূৰ্বৃত্তই বিদ্যালয়খনত অগ্নিসংযোগ কৰা বুলি বিদ্যালয় কতৃপক্ষই জানিবলৈ দিয়ে৷ বিদ্যালয়ৰ ভিতৰত প্ৰবেশ কৰি বহু সা-সৰঞ্জামৰ ক্ষয় কৰাৰ লগতে জ্বলাই দিয়ে গুৰুত্বপূৰ্ণ নথি-পত্ৰ৷

NLP SCHOOL BURN

#লখিমপুৰ জিলাৰ বিহপুৰীয়া জাতীয় বিদ্যালয়ত দূৰ্বৃত্তৰ উপদ্ৰৱ।
# সুৰাপায়ী দূৰ্বৃত্তই ভাঙিলে বিদ্যালয়ত কাৰ্য্যালয়। প্ৰবেশ কৰি ভাঙিলে সা সৰঞ্জাম।
#গুৰুত্বপূৰ্ণ নথি-পত্ৰ জ্বলাই দিয়াৰ চেষ্টা ।
# ঘটনাৰ পিছতে উত্তেজনা বিহপুৰীয়াত।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.