ETV Bharat / state

লখিমপুৰৰ নাওবৈছাত বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ

উৎকট গৰমৰ মাজতো ৰাজ্যজুৰি অব্যাহত থকা ব্যাপক লোড শ্বেডিঙৰ বাবে বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা, লখিমপুৰৰ নাওবৈছাত হাতে হাতে লেম্প চাকি আৰু বিচনী লৈ বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ গ্ৰাহকৰ

author img

By

Published : Aug 9, 2019, 3:00 PM IST

লখিমপুৰৰ নাওবৈছাত বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ

লখিমপুৰ, 09 আগষ্টঃ উৎকট গৰমৰ মাজতো ৰাজ্যজুৰি অব্যাহত থকা ব্যাপক লোড শ্বেডিঙৰ বাবে বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ৷ লখিমপুৰৰ নাওবৈছা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ সকলো এলেকাত বিদ্যুতৰ লুকাভাকু খেলত অতিষ্ঠ হৈ পৰা গ্ৰাহক সকলে শুকুৰবাৰে হাতে হাতে লেম্প চাকি আৰু বিচনী লৈ বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক্ষুব্ধ গ্ৰাহক সকলে অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে শীঘ্ৰে বিদ্যুৎ ৰ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায় ৷

Intro:নাওবৈচাৰ বঙালমৰাত লেম্প-চাকি-বিচনী লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ অভিনৱ প্ৰতিবাদ।Body:## নাওবৈচাৰ বঙালমৰাত লেম্প চাকী লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ বিদ্যুৎ গ্ৰাহকৰ ৷## নাওবৈচা : ৯ আগষ্ট : উৎকট গৰমে দহিছে ৰাজ্য ৷ আৰু এই উৎকট গৰমৰ মাজতেই বিদ্যুৎ বিভাগৰ লুকাভাকু খেল ৷
আৰু বিদ্যুতৰ লুকাভাকু খেলত অতিষ্ঠ হৈ পৰিছে গ্ৰাম্যাঞ্চলৰ সাধাৰণ জনতা ৷
নাওবৈচাতো দেখা গৈছে সেই একে পৰিৱেশ ৷ আৰু নাওবৈচা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ সকলো এলেকাত বিদ্যুতৰ লোকাভাকু খেলত অতিষ্ঠ বিদ্যুৎ গ্ৰাহক সকল ৷
## ধ্যৰ্যৰ চৰম সীমা অতিক্ৰম কৰিছে নাওবৈচাৰ বিদ্যুৎ গ্ৰাহকৰ ৷ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজপথত বঙালমৰাত গ্ৰাহকে সাৱস্ত কৰিলে এক অভিনৱ প্ৰতিবাদ
## হাতে হাতে লেম্প চাকী আৰু বিচনী লৈ প্ৰতিবাদ সাৱস্ত কৰা এই সকল ক্ষুব্ধ গ্ৰাহকে অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায় শ্লোগান দি স্বাভাৱিক পৰিৱেশ উত্তাল কৰি তোলে ৷
## প্ৰতিবাদকাৰীৰ দাবী শীৰ্ঘে বিদ্যুৎৰ যোগান নিয়মীয়া কৰক ৷Conclusion:নিতুল বৰা
৯/৮/১৯
নাওবৈচা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.