ETV Bharat / state

লখিমপুৰত কাৰাটে চেম্পিয়নশ্বিপ - চিয়াজুলি পঞ্চায়ত

লখিমপুৰত কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷ 10 বছৰ অনুৰ্ধৰ চাব জুনিয়ৰ,14 ৰ 15 বছৰ কেডেট,18 বছৰ অনুৰ্ধৰ জুনিয়ৰ আৰু 18 উদ্ধৰ শাখাত অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে । বিজয়ী প্ৰতিযোগীক মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷

Karate Championship Competition Organised In lakhimpur
লখিমপুৰত কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা সম্পন্ন
author img

By

Published : Sep 27, 2020, 4:00 PM IST

লখিমপুৰ, 27 ছেপ্তেম্বৰ : লখিমপুৰ জিলাৰ চিয়াজুলিত 2য় বগীনদী ব্ল'ক কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় এই প্ৰতিযোগিতা ৷

10 বছৰ অনুৰ্ধৰ চাব জুনিয়ৰ,14 ৰ 15 বছৰ কেডেট,18 বছৰ অনুৰ্ধৰ জুনিয়ৰ আৰু 18 উদ্ধৰ শাখাত অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাত বগীনদী কাৰাটে ডঃ স্কুলৰ অধ্যক্ষ জীত কুমাৰ ৰাই আৰু সম্পাদক জগন্নাথ কামানৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰৰে পুৰস্কৃত কৰা হয় ।

লখিমপুৰত কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা সম্পন্ন

উল্লেখ্য যে, চিয়াজুলি পঞ্চায়তৰ চৌহদত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাত বগীনদী ব্লক ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকলৰ লগতে চিয়াজুলি পঞ্চায়তৰ সচিব দিগন্ত বৰা আৰু জিলাখনৰ ব্লেক বেল্ট পৰ্যায়ৰ কাৰাটে খেলুৱৈ সকলো উপস্থিত থাকে ।

লগতে পঢ়ক : "সম্পৰ্ক"ৰে সম্পৰ্ক গঢ়িছে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত 67 হাজাৰ শ্ৰমিকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.