ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত চৰকাৰৰ দ্বাৰা অৱহেলিত এখন দুৰ্ভগীয়া গাঁও ! - lakhimpur

গাঁওখনলৈ যাতায়ত কৰা মূল পথটো সোৱণশিৰি সুতিৰ বানে কেইবাঠাইতো চিঙি পেলোৱাৰ ফলত একপ্ৰকাৰে জলবন্দী হৈ পৰে গাঁওখন । গাঁওবাসীৰ অভিযোগ অনুসৰি মাজুলী সমষ্টিৰ এই দীবানাচাপৰি গাঁওখনে আজিকোপতি চৰকাৰী বান সাহাৰ্য লাভ কৰা নাই ।

মূখ্যমন্ত্ৰীৰ সমষ্টিত চৰকাৰৰ দ্বাৰা অৱহেলিত এখন দুৰ্ভগীয়া গাঁও!
author img

By

Published : Jul 16, 2019, 11:58 AM IST

বিহপুৰীয়া, ১৬ জুলাই : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ এখন দুৰ্ভগীয়া গাঁও । যিখন গাঁও বিগত পাঁচটা দিনে বানৰ কবলত আছে । গাঁওখনলৈ যাতায়ত কৰা মূল পথটো সোৱণশিৰি সুঁতিৰ বানে কেইবাঠাইতো চিঙি পেলোৱাৰ ফলত একপ্ৰকাৰে জলবন্দী হৈ পৰে গাঁওখন । গাঁওবাসীৰ অভিযোগ অনুসৰি মাজুলী সমষ্টিৰ এই দীবানাচাপৰি গাঁওখনে আজিকোপতি চৰকাৰী বান সাহাৰ্য লাভ কৰা নাই ।

চৰকাৰৰ দ্বাৰা অৱহেলিত এখন দুৰ্ভগীয়া গাঁও

পূৰ্বৰ কেৰকেৰ নামৰ গাঁওখন গৰাখহনীয়াই চিন চাব নোহোৱা কৰাত ২০১২ চনৰ পৰা গাঁওখনৰ লোক সকলে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ভিতৰত আশ্ৰয়স্থল বাচি লৈছিল । দীবানাচাপৰি নামেৰে খ্যাত গাঁওখন চৰকাৰী হিচাপত এতিয়াও মাজুলী জিলা তথা মুখ্যমন্ত্ৰী সমষ্টিৰ অন্তৰ্গত । গাঁওবাসীৰ অভিযোগ অনুসৰি গাঁওখনৰ শতাধিক পৰিয়াল জলবন্দী হৈ থকাৰ পাচতো খবৰ ল’বলৈ আহৰি নাই মাজুলী জিলা প্ৰশাসনৰ ৷ চৰকাৰী হিচাপত গাঁওখন মাজুলী সমষ্টিৰ হোৱা বাবে লখিমপুৰ জিলা প্ৰশাসনেও গাঁওখনৰ দায়িত্ব নলয় বুলিও জনায় গাঁওবাসীয়ে । যাৰ বাবে চৰকাৰী অৱহেলাত চকুলো টুকিব লগা হৈছে দীবানাবাসীয়ে ।

Intro: মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ এখন দুৰ্ভগীয়া গাওঁ ৷ যিখন গাওঁ বিগত পাচটা দিনে বানৰ কবলত আছে ৷ গাওঁখনলৈ যাতায়ত কৰা মুল পথটো সোৱণশিৰি সুতিৰ বানে কেইবাঠাইতো চিঙি পেলোৱাৰ ফলত একপ্ৰকাৰে জলবন্দী গাওঁখন ৷ মাজুলী সমষ্টিৰ গাওঁখনে আজিকোপতি লাভ কৰা নাই চৰকাৰী বান সাহাৰ্য ৷ মাজুলী সমষ্টিৰ অন্তৰ্গত এই গাওঁখনৰ নাম দীবানাচাপৰি আৰু বৰ্তমানৰ ঠিকনা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱণশিৰি সুতিৰ কাষত ৷ পূৰ্ৱৰ কেৰকেৰ নামৰ গাওঁখন গৰাখহনীয়াই চিনচাব নোহোৱা কৰাত ২০১২ চনৰ পৰা আশ্ৰয়স্থল হিচাপে বাচি লৈছিল নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ভিতৰত ৷ দীবানাচাপৰি নামেৰে খ্যাত গাওঁখন চৰকাৰী হিচাপত এতিয়াও মাজুলী জিলা তথা মুখ্যমন্ত্ৰী সমষ্টিৰ অন্তৰ্গত ৷ মুখ্যমন্ত্ৰী সমষ্টিৰ ভোটাধিকাৰ থকা এই দীবানাচাপৰিৰে আজিকোপতি লাভ নকৰিলে বান সাহাৰ্য ৷ আনকি গাওঁখনৰ শতাধীক পৰিয়াল জলবন্দী হৈ থকাৰ পাছতো খবৰ ল’বলৈ আহৰি নাই মাজুলী জিলা প্ৰশাসনৰ ৷ চৰকাৰী হিচাপত মাজুলী সমষ্টিৰ হোৱা বাবে লক্ষীমপুৰ জিলা প্ৰশাসনেও দায়িত্ব নলয় ৷ বিহপুৰীয়া সমষ্টিত বসবাস কৰা দীবানাচাপৰি গাওঁখনক মাজুলী জিলা প্ৰশাসনে পাহৰিলে ৷ যাৰবাবে চৰকাৰী অৱহেলাত চকুলো টুকিব লগা হৈছে দীবানাবাসীয়ে ৷Body: মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ এখন দুৰ্ভগীয়া গাওঁ ৷ যিখন গাওঁ বিগত পাচটা দিনে বানৰ কবলত আছে ৷ গাওঁখনলৈ যাতায়ত কৰা মুল পথটো সোৱণশিৰি সুতিৰ বানে কেইবাঠাইতো চিঙি পেলোৱাৰ ফলত একপ্ৰকাৰে জলবন্দী গাওঁখন ৷ মাজুলী সমষ্টিৰ গাওঁখনে আজিকোপতি লাভ কৰা নাই চৰকাৰী বান সাহাৰ্য ৷ মাজুলী সমষ্টিৰ অন্তৰ্গত এই গাওঁখনৰ নাম দীবানাচাপৰি আৰু বৰ্তমানৰ ঠিকনা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱণশিৰি সুতিৰ কাষত ৷ পূৰ্ৱৰ কেৰকেৰ নামৰ গাওঁখন গৰাখহনীয়াই চিনচাব নোহোৱা কৰাত ২০১২ চনৰ পৰা আশ্ৰয়স্থল হিচাপে বাচি লৈছিল নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ভিতৰত ৷ দীবানাচাপৰি নামেৰে খ্যাত গাওঁখন চৰকাৰী হিচাপত এতিয়াও মাজুলী জিলা তথা মুখ্যমন্ত্ৰী সমষ্টিৰ অন্তৰ্গত ৷ মুখ্যমন্ত্ৰী সমষ্টিৰ ভোটাধিকাৰ থকা এই দীবানাচাপৰিৰে আজিকোপতি লাভ নকৰিলে বান সাহাৰ্য ৷ আনকি গাওঁখনৰ শতাধীক পৰিয়াল জলবন্দী হৈ থকাৰ পাছতো খবৰ ল’বলৈ আহৰি নাই মাজুলী জিলা প্ৰশাসনৰ ৷ চৰকাৰী হিচাপত মাজুলী সমষ্টিৰ হোৱা বাবে লক্ষীমপুৰ জিলা প্ৰশাসনেও দায়িত্ব নলয় ৷ বিহপুৰীয়া সমষ্টিত বসবাস কৰা দীবানাচাপৰি গাওঁখনক মাজুলী জিলা প্ৰশাসনে পাহৰিলে ৷ যাৰবাবে চৰকাৰী অৱহেলাত চকুলো টুকিব লগা হৈছে দীবানাবাসীয়ে ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.