ETV Bharat / state

ঢকুৱাখানাত তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপন

author img

By

Published : May 8, 2019, 6:15 PM IST

ঢকুৱাখানাৰ মহঘুলিত ১০মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপন কৰা হ'ব। এই লৈ এতিয়া ব্যস্ত হৈ পৰিছে ঢকুৱাখানাবাসী ।

ঢকুৱাখানাত তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপন

ঢকুৱাখানা, ৮ মে': ঢকুৱাখানাৰ চাৰিকড়ীয়া পাৰৰ মহঘুলি চাপৰিত ১০ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত ফাটবিহু উদযাপন কৰা হ'ব। ১০ মে'ৰ পৰা ১২ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ফাটবিহুৰ বৰ্ণিল কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ঢকুৱাখানাৰ বিভিন্ন গাঁৱৰ জেং বিহু, মুকলি বিহু, টকা বিহুৰ দলে প্ৰস্তুতি চলাই আহিছে।

উজনি অসমত চুতীয়াসকলৰ ৰাজত্বকালৰে পৰা পালন কৰি অহা ঢকুৱাখানাৰ এই ফাটবিহুলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাতে প্ৰস্তুতি তুংগত ৰাখিছে ঢকুৱাখানাবাসীয়ে।

Intro:ঢকুৱাখনা:ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘুলি১০ ম'ৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত ঐতিহ্যমণ্ডিত ফাটবিহু।
উজনি অসমত চুতীয়া সকলৰ ৰাজত্ব কালৰে পৰা পালন কৰি অহা ঢকুৱাখনাৰ ফাটবিহুলৈ মাজত মাথোঁ এটা দিন। ১০ মে-পৰা -১২ মে'লৈ চলিব ফাটবিহুৰ বৰ্ণিল কাৰ্যসূচী।
ইয়াত অংশগ্ৰহণৰ বাবে এতিয়া ঢকুৱাখনাৰ বিভিন্ন গাৱঁৰ চলিছে জেং বিহু,মুকলি বিহু,টকা বিহুৰ চূড়ান্ত প্ৰস্তুতি।Body:ঢকুৱাখনা:ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘুলি১০ ম'ৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত ঐতিহ্যমণ্ডিত ফাটবিহু।
উজনি অসমত চুতীয়া সকলৰ ৰাজত্ব কালৰে পৰা পালন কৰি অহা ঢকুৱাখনাৰ ফাটবিহুলৈ মাজত মাথোঁ এটা দিন। ১০ মে-পৰা -১২ মে'লৈ চলিব ফাটবিহুৰ বৰ্ণিল কাৰ্যসূচী।
ইয়াত অংশগ্ৰহণৰ বাবে এতিয়া ঢকুৱাখনাৰ বিভিন্ন গাৱঁৰ চলিছে জেং বিহু,মুকলি বিহু,টকা বিহুৰ চূড়ান্ত প্ৰস্তুতি।Conclusion:Byte:বিহুৱতী

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.