ETV Bharat / state

ধুবুৰীৰৰ পিচত এইবাৰ লখিমপুৰত - ETV BHARAT

লখিমপুৰ জিলাত চোৰাংকৈ গৰু সৰবৰাহ ৷ বাংলাদেশলৈ সৰবৰাহ হয় গৰু!

লখিমপুৰত আটক চোৰাং গৰু সৰবৰাহকাৰী
author img

By

Published : Jul 29, 2019, 11:17 PM IST

Updated : Jul 29, 2019, 11:33 PM IST

  • লখিমপুৰ জিলাৰ মাজেৰে চোৰাংকৈ হয় গৰু সৰবৰাহ
  • ট্ৰাকে ট্ৰাকে বাংলাদেশলৈ সৰবৰাহ হয় গৰু
  • বগীনদী আৰক্ষীয়ে সোমবাৰে জব্দ কৰে 64 টা গৰুসহ চাৰিজনকৈ লোক
  • আটক হোৱা লোক কেইজন অমৃত বৰ্মন,অৰ্জুন বৰ্মন,শেখ ফৰিদ আৰু শুকুৰ আলি
  • গৰু ভৰ্তি ট্ৰাক দুখনৰ নম্বৰ AS-22C-2638 আৰু AS-16C-1812
  • আনফালে লখিমপুৰ আৰক্ষীয়ে AS-07AC-6136 নম্বৰৰ গৰু ভৰ্তি বলেৰ' পিক আপ ভানসহ আটক কৰে আন চাৰিজনক
  • আটকাধীন লোক কেইজন ক্ৰমে এম উদ্দিন,চাদিকুল ইছলাম,মইদুল আলি,আব্দুল আলি
  • আটক কৰা লোক কেইজন বৰ্তমান আৰক্ষীৰ জিম্মাত
  • আৰক্ষীৰ তদন্ত আৰম্ভ অব্যাহত

Intro:লখিমপুৰ জিলাৰ মাজেৰে চোৰাংকৈ ট্ৰাকে ট্ৰাকে গৰু সৰবৰাহ হয় বাংলাদেশলৈ সোমবাৰে লক্ষীমপুৰ আৰক্ষীয়ে তিনি খন বাঢ়নত অনা 64 টা গৰু সহ আটক কৰে আঠ জনকৈ লোকক।Body:বগীনদী আৰক্ষীয়ে সোমবাৰে As 22C 2638 .আৰু AS 16C 1812 নম্বৰৰ দুখন গৰু ভৰ্তি ট্ৰাক সহ আটক কৰে অমৃত বৰ্মন, অৰ্জুন বৰ্মন, শেখ ফৰিদ আৰু শুকুৰ আলিক । একে দিনাই লখিমপুৰ আৰক্ষীয়ে AS 07 -AC 6136 নম্বৰৰ গৰু ভৰ্তি বলেৰ পিক আপ ভান সহ আটক কৰে এম উদ্দিন, চাদিকুল ইছলাম, মইদুল আলি, আব্দুল আলি নামৰ চাৰিজনক ।Conclusion:সম্প্ৰতি গ্ৰেপ্তাৰ কৰা ৮ টা গৰু সৰবৰাহকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰি গৰু খিনি ৰখা হৈছে খেলমাটিৰ পাউণ্ডত । আৰক্ষীয়ে জিলা খনৰ মাজেৰে গৰু সৰবৰাহ সম্পকত তদন্ত অব্যাহত ৰাখিছে।
Last Updated : Jul 29, 2019, 11:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.