ETV Bharat / state

ঢকুৱাখনাৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ! - চিকিৎসালয়

বহুকেইজন চিকিৎসকে এইখন চিকিৎসালয়ৰ নামত দৰমহা লয় যদিও অন্য চিকিৎসালয়ত চাকৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ঢকুৱাখনাৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ !
author img

By

Published : Jun 4, 2019, 10:38 AM IST

ঢকুৱাখনা, 04 জুন: লখিমপুৰ জিলাৰ এখন স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপৰ তথ্য পোহৰলৈ আহিছে ৷ মহকুমা পৰ্যায়ৰ এশখন বিচনাযুক্ত চিকিৎসালয় এখনত উপযুক্ত চিকিৎসক আৰু নাৰ্চ উপস্থিত নথকাৰ অভিযোগ ৷ ইয়াৰোপৰিও চিকিৎসালয়খনত উপযুক্ত সা-সুবিধা আৰু উন্নত প্ৰযুক্তিৰ যন্ত্ৰ-পাতি নথকাৰ অভিযোগ উত্থাপিত হৈছে ৷

ঢকুৱাখনাৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ !

স্থানীয় লোকৰ অভিযোগ অনুসৰি,খোদ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াজন উপস্থিত নাথাকে চিকিৎসালয়খনত ৷ আনহাতে বহুকেইজন চিকিৎসকে এইখন চিকিৎসালয়ৰ নামত দৰমহা লয় যদিও অন্য চিকিৎসালয়ত চাকৰি কৰাৰ অভিযোগও উত্থাপিত হৈছে ৷ তদুপৰি চিকিৎসালয়খনত বহু কেইপদ উন্নত মানৰ যন্ত্ৰ-পাতি যোগান ধৰা হৈছিল যদিও ব্যৱহাৰকাৰী কাৰিকৰী বিষয়াৰ অভাৱত যন্ত্ৰ-পাতি সমূহ মামৰে ধৰাৰ লগতে উৱলি যোৱাৰ উপক্ৰম হৈছে ৷ ইপিনে এশখন বিচনাযুক্ত মহকুমা পৰ্যায়ৰ চিকিৎসালয়খনত আছে মাথো এগৰাকী ফামাৰ্চিষ্ট ৷ সেয়ে উপযুক্ত প্ৰাথমিক চিকিৎসাৰ অভাৱত বহুতো ৰোগীক 80ৰ পৰা 85 কিলোমিটাৰ দূৰৈত থকা উত্তৰ লখিমপুৰ অথবা ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিবলগীয়া হোৱাত আদবাটতে বহুলোকে প্ৰাণ হেৰুৱাইছে বুলি জনাই স্থানীয় ৰাইজে ৷

Intro:ঢকুৱাখনাৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ । মহকুমা পৰ্যায়ৰ এশখন বিচনাযুক্ত চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসক আৰু নাৰ্চ । নাই উপযুক্ত সা-সুবিধা আৰু উন্নত প্ৰযুক্তিৰ যন্ত্ৰ-পাতি ।
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় খনত নাই উপযুক্ত চিকিৎসক আৰু নাৰ্চ । যিওবা দুই এজন চিকিৎসক আছে সময়ত সেই কেইজনক লগ পাব নোৱাৰি চিকিৎসালয়ত । খোদ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াজনেই শনিবাৰৰ পৰা সোমবাৰৰ দুপৰীয়া পৰ্যন্ত উপস্থিত নাথাকে চিকিৎসালয়ত । আনহাতে বহুকেইজন ডাক্তৰে এইখন চিকিৎসালয়ৰ নামত দৰমহা লয় যদিও চাকৰি কৰে অন্য চিকিৎসালয়ত । চিকিৎসালয়খনত বহু কেইপদ উন্নত মানৰ যন্ত্ৰ-পাতি যোগান ধৰিছিল যদিও ব্যৱহাৰকাৰী কাৰিকৰী বিষয়াৰ অভাৱত মামৰে ধৰাৰ লগতে উৱলি যোৱাৰ উপক্ৰম হৈছে । এশখন বিচনাযুক্ত মহকুমা পৰ্যায়ৰ চিকিৎসালয়খনত আছে মাথো এগৰাকী ফামাৰ্চিষ্ট।
মুঠৰ ওপৰত নাই ৰে আৰম্ভ হোৱা চিকিৎসালযখনত নাই ৰে শেষ হয় দিনটো। ফলত উপযুক্ত প্ৰাথমিক চিকিৎসাৰ অভাৱতে বহুতো ৰোগী ৮০/৮৫ কিলোমিটাৰ দূৰত থকা উত্তৰ লখিমপুৰ অথবা ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিবলগা হোৱাত আদবাটতে প্ৰাণ হেৰুৱাইছে বহুজনে।

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।Body:ঢকুৱাখনাৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ । মহকুমা পৰ্যায়ৰ এশখন বিচনাযুক্ত চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসক আৰু নাৰ্চ । নাই উপযুক্ত সা-সুবিধা আৰু উন্নত প্ৰযুক্তিৰ যন্ত্ৰ-পাতি ।
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় খনত নাই উপযুক্ত চিকিৎসক আৰু নাৰ্চ । যিওবা দুই এজন চিকিৎসক আছে সময়ত সেই কেইজনক লগ পাব নোৱাৰি চিকিৎসালয়ত । খোদ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াজনেই শনিবাৰৰ পৰা সোমবাৰৰ দুপৰীয়া পৰ্যন্ত উপস্থিত নাথাকে চিকিৎসালয়ত । আনহাতে বহুকেইজন ডাক্তৰে এইখন চিকিৎসালয়ৰ নামত দৰমহা লয় যদিও চাকৰি কৰে অন্য চিকিৎসালয়ত । চিকিৎসালয়খনত বহু কেইপদ উন্নত মানৰ যন্ত্ৰ-পাতি যোগান ধৰিছিল যদিও ব্যৱহাৰকাৰী কাৰিকৰী বিষয়াৰ অভাৱত মামৰে ধৰাৰ লগতে উৱলি যোৱাৰ উপক্ৰম হৈছে । এশখন বিচনাযুক্ত মহকুমা পৰ্যায়ৰ চিকিৎসালয়খনত আছে মাথো এগৰাকী ফামাৰ্চিষ্ট।
মুঠৰ ওপৰত নাই ৰে আৰম্ভ হোৱা চিকিৎসালযখনত নাই ৰে শেষ হয় দিনটো। ফলত উপযুক্ত প্ৰাথমিক চিকিৎসাৰ অভাৱতে বহুতো ৰোগী ৮০/৮৫ কিলোমিটাৰ দূৰত থকা উত্তৰ লখিমপুৰ অথবা ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিবলগা হোৱাত আদবাটতে প্ৰাণ হেৰুৱাইছে বহুজনে।

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।Conclusion:ঢকুৱাখনাৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ । মহকুমা পৰ্যায়ৰ এশখন বিচনাযুক্ত চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসক আৰু নাৰ্চ । নাই উপযুক্ত সা-সুবিধা আৰু উন্নত প্ৰযুক্তিৰ যন্ত্ৰ-পাতি ।
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় খনত নাই উপযুক্ত চিকিৎসক আৰু নাৰ্চ । যিওবা দুই এজন চিকিৎসক আছে সময়ত সেই কেইজনক লগ পাব নোৱাৰি চিকিৎসালয়ত । খোদ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াজনেই শনিবাৰৰ পৰা সোমবাৰৰ দুপৰীয়া পৰ্যন্ত উপস্থিত নাথাকে চিকিৎসালয়ত । আনহাতে বহুকেইজন ডাক্তৰে এইখন চিকিৎসালয়ৰ নামত দৰমহা লয় যদিও চাকৰি কৰে অন্য চিকিৎসালয়ত । চিকিৎসালয়খনত বহু কেইপদ উন্নত মানৰ যন্ত্ৰ-পাতি যোগান ধৰিছিল যদিও ব্যৱহাৰকাৰী কাৰিকৰী বিষয়াৰ অভাৱত মামৰে ধৰাৰ লগতে উৱলি যোৱাৰ উপক্ৰম হৈছে । এশখন বিচনাযুক্ত মহকুমা পৰ্যায়ৰ চিকিৎসালয়খনত আছে মাথো এগৰাকী ফামাৰ্চিষ্ট।
মুঠৰ ওপৰত নাই ৰে আৰম্ভ হোৱা চিকিৎসালযখনত নাই ৰে শেষ হয় দিনটো। ফলত উপযুক্ত প্ৰাথমিক চিকিৎসাৰ অভাৱতে বহুতো ৰোগী ৮০/৮৫ কিলোমিটাৰ দূৰত থকা উত্তৰ লখিমপুৰ অথবা ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিবলগা হোৱাত আদবাটতে প্ৰাণ হেৰুৱাইছে বহুজনে।

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.