ETV Bharat / state

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ নিশা উত্তপ্ত বিহপুৰীয়াৰ বৰবালি

স্বামী দিপাংকৰ বৰাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

author img

By

Published : Mar 29, 2019, 12:06 PM IST

Updated : Mar 29, 2019, 12:49 PM IST

উত্তপ্ত বিহপুৰীয়াৰ বৰবালি

লখিমপুৰ, 29 মাৰ্চঃলখিমপুৰ জিলাৰবিহপুৰীয়াৰ বৰবালিত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ বৃহস্পতিবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ নিশা বৰবালিৰ নিলাক্ষী ভূঞা নামৰ বোৱাৰীগৰাকীয়ে মৃত্যুক সাৱতি লোৱাৰ পাচতেই দুই পক্ষৰ মাজত সৃষ্টি হয় প্ৰতি-অভিযোগ ৷ নিলাক্ষীৰডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকাত স্বামী দিপাংকৰ বৰাই নিলাক্ষীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি বিহপুৰীয়াৰ আৰক্ষী থানাত এজাহাৰ দাখিল নিলাক্ষীৰ পিতৃ পৰিয়ালৰ ৷

উত্তপ্ত বিহপুৰীয়াৰ বৰবালি
ইপিনে নিলাক্ষীৰ পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতবিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিপাংকৰক ৷ তাৰ পাচতেইবিহপুৰীয়া থানাৰ সন্মুখতসৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ আনহাতে মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰি বিহপুৰীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

 এগৰাকী বোৱাৰীৰ ৰহসজনক মৃত্যুক লৈ নিশা উত্তপ্ত লখিমপুৰ জিলাৰ   বিহপুৰীয়াৰ বৰবালি।
##স্বামী দিপাংকৰ বৰাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ##
## নিশা বিহপুৰীয়াত থানাৰ সন্মুখতে উত্তপ্ত পৰিস্থিতি##
 এটা সন্দেহজনক হত্যাকাণ্ডক লৈ নিশা বিহপুৰীয়া থানাত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতি ৷
       বৃহস্পতি বাৰে বিহপুৰীয়াৰ বৰবালিত মৃত্যু হৈছিল এগৰাকী বোৱাৰী(নিলাক্ষী ভূঞা) ৷ নিলাক্ষীৰ  মৃত্যুৰ পিছতেই সৃষ্টি হ’ল অভিযোগ আৰু প্ৰতি-অভিযোগ ৷
      নিলাক্ষীৰ মাতৃৰ পৰিয়ালৰ অভিযোগ -ই এক পৰিকল্পিত হত্যা কাণ্ড ৷ স্বামী দিপাংকৰ বৰাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ইতিমধ্যে বিহপুৰীয়াৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ ৷
       কাৰণ মৃত নিলাক্ষীৰ  ডিঙিত অঘাটৰ চিন স্পষ্ট ৷ আৰু সেই এজাহাৰৰ ভিত্তিতেই বিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দিপাংকৰক ৷
     ইয়াৰ পিছতেই বিহপুৰীয়া থানাৰ সন্মুখতেই সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষীয়ে মৃৃৃৃতদেহ মৰোনোত্তত পৰীক্ষাৰ  বাবে প্ৰেৰণ কৰি অব্যাহত ৰাখিছে তদন্ত।

Sent from my Samsung Galaxy smartphone.
Last Updated : Mar 29, 2019, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.