লখিমপুৰ, 6 ছেপ্তেম্বৰঃ 24 ঘণ্টাৰ ভিতৰতে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম দুটাকৈ দুধৰ্ষ ডকাইত । চিনাতলিয়াত বুধবাৰে নিশা সংঘটিত হোৱা ডকাইতিৰ ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইন ৰাকেশ পেগুৰ লগতে মিৰাজুল আলীক । ডকাইত দুজনৰ পৰা উদ্ধাৰ কৰিছে দুখন বাইক, তিনি লাখ টকা, আৰু ডকাইতি কাণ্ডত ব্যৱহাৰৰ কৰা চোকা অস্ত্ৰ ৷ 7 জনীয়া দলটোৰ বৰ্তমানেও পলাতক আন 5 টা । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ডকাইতক অব্যাহত ৰাখিছে সোধা-পোছা ।
লখিমপুৰত দুই দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ - ডকাইতি কাণ্ড
ডকাইত দুজনৰ পৰা উদ্ধাৰ কৰিছে দুখন বাইক, তিনি লাখ টকা, আৰু ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা চোকা অস্ত্ৰ

লখিমপুৰত গ্ৰেপ্তাৰ ডকাইত
লখিমপুৰ, 6 ছেপ্তেম্বৰঃ 24 ঘণ্টাৰ ভিতৰতে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম দুটাকৈ দুধৰ্ষ ডকাইত । চিনাতলিয়াত বুধবাৰে নিশা সংঘটিত হোৱা ডকাইতিৰ ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইন ৰাকেশ পেগুৰ লগতে মিৰাজুল আলীক । ডকাইত দুজনৰ পৰা উদ্ধাৰ কৰিছে দুখন বাইক, তিনি লাখ টকা, আৰু ডকাইতি কাণ্ডত ব্যৱহাৰৰ কৰা চোকা অস্ত্ৰ ৷ 7 জনীয়া দলটোৰ বৰ্তমানেও পলাতক আন 5 টা । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ডকাইতক অব্যাহত ৰাখিছে সোধা-পোছা ।
লখিমপুৰত গ্ৰেপ্তাৰ ডকাইত
লখিমপুৰত গ্ৰেপ্তাৰ ডকাইত
Intro:২৪ ঘণ্টাৰ ভিতৰতে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল দুটা দূধৰ্ষ ডকাইতক।
Body:চিনাতলিয়াত বুধবাৰে নিশা সংঘটিত হোৱা ডকাইতি ৰ ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইন ৰাকেশ পেগুৰ লগতে মিৰাজুল আলীক।
উদ্ধাৰ কৰিছে দুখন বাইক, তিনি লাখ টকা, ডকাইতি কাণ্ড ত ব্যৱহাৰৰ কৰা চোকা অস্ত্ৰ।
৭ জনীয়া দলটোৰ এতিয়াও পলাতক অৱস্থাত আছে আন ৫ টা।
Conclusion:আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ডকাইতক অব্যাহত ৰাখিছে সোধা পোচা।