ETV Bharat / state

বিটিচিত ৰাজ্যপালৰ শাসন হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাইঃ প্ৰমিলা ৰাণী ব্ৰহ্ম - bpf

বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তনকলৈ ৰাজ্যপালৰ শপতনামাৰ ওপৰত বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া । বিটিচিত ৰাজ্যপালৰ শাসন হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য ব্ৰহ্মৰ ।

বিটিচি
বিটিচিত ৰাজ্যপালৰ শাসন হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাইঃ প্ৰমিলা ৰাণী ব্ৰহ্ম
author img

By

Published : May 16, 2020, 10:09 PM IST

কোকৰাঝাৰ, ১৬ মে': বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বড়োভূমিত । বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তনকলৈ ৰাজ্যপালে শুকুৰবাৰে দিয়া শপতনামাৰ পিচতে পুনৰ গৰ্জি উঠিছে বিপিএফৰ মন্ত্ৰী অৰ্থাৎ জ্যেষ্ঠ বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । শনিবাৰে কোকৰাঝাৰত ৰাজ্যপালৰ শপতনামাৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সাংবাদিকৰ আগত কয় যে, "বিটিচিত ৰাজ্যপালৰ শাসন হস্তক্ষেপ কৰাৰ কোনো যুক্তিয়ে নাই, যত আইনশৃংখলা ভংগ হোৱা নাই তাত ৰাজ্যপালৰ শাসনৰ প্ৰয়োজন নাই । লগতে বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্ময়ে বিটিচিত ৰাজ্যপাল শাসন হোৱাকলৈ অনুমতি দিয়াৰ কথা অস্বীকাৰ কৰে বিপিএফ নেত্ৰীগৰাকীয়ে ।

বিটিচিত ৰাজ্যপালৰ শাসন হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাইঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

উল্লেখ্য যে, বিপিএফৰ ১৭ বছৰ ধৰি ৰাজত্ব কৰি অহা বিটিচিত বিগত ২৭ এপ্ৰিলত ৰাজ্যপালৰ শাসনলৈ যায় । যাৰবাবে বিপিএফয়ে ৰাজ্যপাল শাসনৰ বিৰুদ্ধে পি আই এল দাখিল কৰে উচ্চ ন্যায়ালয়ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.