ETV Bharat / state

শ্ৰীৰামপুৰত এন আৰ চিৰ তথ্য যোগানৰ নামত গাঁওবুঢ়াৰ লুণ্ঠন - এন আৰ চি

শিলচৰৰ উজ্জ্বলা বৰ্মন নামৰ এগৰাকী মহিলাই তেখেতৰ স্বামীৰ এন আৰ চিৰ তথ্য বিচাৰি শ্ৰীৰামপুৰৰ গাঁওবুঢ়া জ্যোতি প্ৰকাশ তালুকদাৰ ওৰফে মাণিক তালুকদাৰৰ ওচৰত অহাৰ পাচত লাগতিয়াল তথ্য দিবলৈ প্ৰথমে তেওঁ অমান্তি হয় ৷ পিচত মহিলাগৰাকীৰ অনুৰোধ ক্ৰমে তেওঁ ১০,০০০ টকাৰ বাবদ তথ্য দিবলৈ ৰাজী হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তিনি হাজাৰ টকা আদায় দি এই গাঁওবুঢ়াজনৰ পৰা মাটিৰ তথ্য লৈছিল বুলি জনায় মহিলাগৰাকীয়ে ।

শ্ৰীৰামপুৰত এন আৰ চিৰ তথ্য যোগানৰ নামত গাঁওবুঢ়াৰ লুণ্ঠন
author img

By

Published : Jun 17, 2019, 9:03 AM IST

গোসাইগাঁও,16 জুন: এন আৰ চিৰ তথ্য যোগানৰ বাবদ শ্ৰীৰামপুৰত গাঁওবুঢ়াৰ লুণ্ঠন ৷ তদন্তৰ দাবী ৰাইজৰ ৷

শিলচৰৰ উজ্জ্বলা বৰ্মন নামৰ এগৰাকী মহিলাই তেখেতৰ স্বামীৰ এন আৰ চিৰ তথ্য বিচাৰি শ্ৰীৰামপুৰৰ গাঁওবুঢ়া জ্যোতি প্ৰকাশ তালুকদাৰ ওৰফে মাণিক তালুকদাৰৰ ওচৰত অহাৰ পাচত লাগতিয়াল তথ্য দিবলৈ প্ৰথমে তেওঁ অমান্তি হয় যদিও মহিলাগৰাকীৰ অনুৰোধ ক্ৰমে তেওঁ ১০,০০০ টকাৰ বাবদ তথ্য দিবলৈ ৰাজী হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তিনি হাজাৰ টকা আদায় দি এই গাঁওবুঢ়াজনৰ পৰা মাটিৰ তথ্য লৈছিল বুলি জনায় মহিলাগৰাকীয়ে ।

শ্ৰীৰামপুৰত এন আৰ চিৰ তথ্য যোগানৰ নামত গাঁওবুঢ়াৰ লুণ্ঠন

গাঁওবুঢ়াজনৰ ব্যৱহাৰত অসন্তুষ্ট মহিলাগৰাকীয়ে গোসাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ ওচৰত মৌখিকভাৱে গাঁওবুঢ়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । আনহাতে গাঁওবুঢ়াজনৰ এনে আচৰণক গৰিহণা দি মানৱতা থাকিলে গাঁওবুঢ়াজনে অবিলম্বে নিজৰ ভূলৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজক অন্যথা প্ৰশাসনৰ দ্বাৰাই এনে দুৰ্নীতিগ্ৰস্ত গাঁওবুঢ়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বাঙালী জনমুক্তি বাহিনীৰ অধ্যক্ষ ৰঞ্জন সৰকাৰে ।

Intro:শ্ৰীৰামপুৰত গাঁও বুঢ়াৰ লুণ্ঠনঃতথ্য যোগানৰ নামত ১০ হেজাৰ টকা দাবীঃতদন্তৰ দাবী ৰাইজৰঃ

গোসাইগাঁও ,16 জুনঃ ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সংশোধনী কাম আৰাম্ভ কৰাৰ পাছৰে পৰাই এন আৰ চিৰ নামত এক বৃহত অংকৰ ধন আদায় কৰা ঘটনায় এক চাঞ্চলৰ সৃষ্টি কৰিছে। অসমৰ শিলচৰৰ পৰা এগৰাকী মহিলাই তেওঁৰ স্বামীৰ এন আৰ চিৰ তথ্য বিচাৰি শ্ৰীৰামপুৰ কলোনীৰ গাঁও বুঢ়া জ্যোতি প্ৰকাশ তালুকদাৰ ওৰফে মানিক তালুকদাৰৰ ওচৰত অহাৰ পাছত লাগতিয়াল তথ্য দিবলৈ প্ৰথমে তেওঁ অমান্তি হয় যদিও মহিলাগৰাকীৰ অনুৰোধ ক্ৰমে তেওঁ তথ্য দিবলৈ ৰাজী হয় যদিও এই তথ্যৰ বাবদ মহিলাগৰাকীৰ পৰা ১০,০০০ টকা বিচৰাত নিৰুপায় হৈ গাওঁবুঢ়াৰ অপকৰ্মৰ তদন্ত কৰি প্ৰশাসনিক ব্যৱস্থ্যা গ্ৰহনৰ দাবি জনাইছে। উল্লেখ্য যে উক্ত গাঁৱৰ গাঁওবুঢ়া জ্যেতি প্ৰকাশ তালুকদাৰ ওৰফে মানিক তালুকদাৰৰ ওচৰত আহি উক্ত তথ্যৰ এখন জেৰক্স কপি বিচাৰে। ।ইয়াৰ পূৰ্বেও তিনি হেজাৰ টকা আদায় দি এই গাঁওবুঢ়াৰ পৰা মাটিৰ এখন তথ্য লৈছিল বুলি জনায় উজ্জ্বলা বৰ্মনে।Body:কিন্ত এইবাৰ ১০,০০০ টকা বিচৰাত নিৰূপায় হৈ গাঁওবুঢ়াজনৰ অপকৰ্মৰ তদন্ত কৰি প্ৰশাসনিক ব্যৱস্হা গ্ৰহনৰ দাবী জনাইছে পিছদিনা মহিলা গৰাকীয়ে বিচৰা তথ্যৰ জেৰক্স কপি কোনো কথাৰ অৱতাৰনা নকৰাকৈয়ে পইচা নলৈ দি দিয়ে।কিন্তু গাঁওবুঢ়াজনৰ ব্যৱহাৰত অসন্তুষ্ট মহিলাগৰাকীয়ে গোসাঁইগাঁও ৰাজহ চক্ৰ বিষয়াৰ ওচৰতো মৌখিকভাৱে গাঁও বুঢ়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।আনহাতে বাঙালী জনমুক্তি বাহিনীৰ অধ্যক্ষ ৰঞ্জন সৰকাৰে গাঁওবুঢ়াজনৰ এনে আচৰণক গৰিহনা দি গোসাঁইগাঁৱত আয়োজিত এক সংবাদ মেলত কয় যে মানৱতা থাকিলে গাঁওবুঢ়াজনে অবিলম্বে নিজৰ ভুলৰ বাবে ৰাজহুৱা কৈ ক্ষমা খুজক। Conclusion:
নহলে প্ৰশাসনৰ দ্বাৰাই এনে দুৰ্নীতিগ্ৰস্ত গাঁওবুঢ়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্হা গ্ৰহণৰ দাবী জনায়।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.