ETV Bharat / state

গোসাঁইগাঁৱত অজগৰ উদ্ধাৰ - ETV BHARAT

কোকৰাঝাৰৰ গোসাঁইগাঁও খয়াৰঘুটুত প্ৰায় দহ ফুট দৈঘ্যৰ এটা অজগৰ উদ্ধাৰ হয় ৷ খয়াৰঘুটু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অজগৰটো প্ৰত্যক্ষ কৰাৰ পাছত গাঁৱৰ ৰাইজে অজগৰটো উদ্ধাৰ কৰে ৷

PYTHONFOUND AT GOSAIGAON
author img

By

Published : Apr 8, 2019, 3:06 PM IST

কোকৰাঝাৰ, 8 এপ্ৰিলঃ কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ খয়াৰঘুটুত সোমবাৰে প্ৰায় দহ ফুট দৈঘ্যৰ এটা অজগৰ উদ্ধাৰ হয় ৷ গোসাঁইগাঁও মহকুমাৰ দুই নম্বৰ খয়াৰঘুটু গাঁৱত খয়াৰঘুটু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীয়ে অজগৰটো প্ৰত্যক্ষ কৰাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

PYTHON FOUND AT GOSAIGAON

অজগৰটো দেখাৰ কৰাৰ পাছতে গাঁৱৰ ৰাইজ আহি অজগৰটো উদ্ধাৰ কৰে ৷ পাছত বন বিভাগৰ লোকক চমজাই দিয়ে বিশাল আকাৰৰ অজগৰটো ৷

 গোসাঁইগাঁৱৰ খয়াৰঘুটুত অজগৰ উদ্ধাৰ 

Slug_A_KOJ_8APRIL_PYTHON_801_804_KANAK

Anchore :-  গোসাঁইগাঁও মহকুমাৰ তথা অসম বংগ সীমান্তৱৰ্তী দুই নম্বৰ খয়াৰঘুটু গাঁৱত আজি দুপৰীয়া এটা বিশাল অজগৰ প্ৰত্যক্ষ কৰে এল পি স্কুলৰ ছাত্ৰ ছাত্ৰী। ইয়াক লৈ হুলস্থুল পৰিবেশৰ সৃষ্টি হয়। গাঁৱৰ ৰাইজে অজগৰ উদ্ধাৰ কৰি ৰাখে। পিছত বন বিভাগক অৱগত কৰি চমজাই দিয়ে। অজগৰটো প্ৰায় দহ ফুট দৈৰ্ঘ্যৰ আছিল।

Byte-Gaon bura & Headmaster 2no khayerghutu lp school
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.