ETV Bharat / state

সফলতাৰ বাবে লাগে মাথো একাণপতীয়া প্ৰচেষ্টা

মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে দৈন্যতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে

KOKRAJHAR GIRL
author img

By

Published : May 15, 2019, 11:33 PM IST

কোকৰাঝাৰ,15 মে': অধ্যৱসায়ৰ পথত বাধা হ'ব নোৱাৰে আৰ্থিক দৈন্যতা ৷ মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে দৈন্যতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে ৷ ইয়াকেই যেন প্ৰতিপন্ন কৰিলে কোকৰাঝাৰৰ মেধাৱী ছাত্ৰী কবিতাই ৷

সফলতাৰ বাবে লাগে মাথো অধ্যৱসায়

পঢ়িবলৈ সু-ব্যৱস্থা নথকা স্বত্বেও খুকসী গাঁৱৰ কবিতা ৰায়ে একাণপতীয়া প্ৰচেষ্টাৰে অসমীয়া বিষয়ত 80,ইংৰাজী বিষয়ত 82 আৰু সমাজ বিজ্ঞানত লেটাৰসহ 67 শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ কানু ৰাম ৰায় আৰু তিলোত্তমা ৰায়ৰ জীয়ৰী কবিতা ৰায়ৰ ফলাফলে অঞ্চলটোলৈ কঢ়িয়াই আনিছে সুখৰ জোৱাৰ ৷ নিজ জীয়ৰীৰ এনে সফলতাত অত্যন্ত সুখী কবিতাৰ পিতৃ-মাতৃ আৰু তেওঁৰ শিক্ষাগুৰুসকল ৷

Intro:বুধবাৰে ঘোষণা হ’ল মে'ট্ৰিকৰ ফলাফল৷ ফলাফল ঘোষণাৰ পিছতে এতিয়া দুখৰ মাজতে হাঁহি বিৰিঙি উঠিছে কোকৰাঝাৰৰ খুক্‌সী গাঁৱৰ এটা পৰিয়ালত৷ আৰ্থিক দুন্যতাৰ মাজতো আজি কোকৰাঝাৰৰ খুক্‌সী গাঁৱস্থিত কবিতা ৰায় নামৰ শিক্ষাৰ্থীগৰাকীয়ে উক্ত গাঁৱলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সুনাম৷Body:কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খুক্‌সী গাঁৱৰ কানু ৰাম ৰায় আৰু তিলোত্তমা ৰায়ৰ জীয়ৰী কবিতা ৰায়ে আজি ঘৰৰ আৰ্থিক দুৰাৱস্থা আৰু পঢ়িবলৈ চকী-মেজৰ সু-ব্যৱস্থা নথকা স্বত্তেও নিজৰ একাণপতীয়া প্ৰচেষ্ঠাৰ ফলত অসমীয়া বিষয়ত ৮০, ইংৰাজী বিষয়ত ৮২ আৰু সমাজ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ ৬৭ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত৷Conclusion:উল্লেখ্য যে মনত প্ৰৱল ইচ্ছাশক্তি থাকিলে যে আৰ্থিক দুন্যতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে ইয়াকেই যেন আজি প্ৰতিপন্ন কৰিলে মেধাৱী কবিতাই৷ নিজ জীয়ৰীৰ এনে সফলতাত আজি অত্যন্ত সুখী কবিতাৰ পিতৃ-মাতৃ আৰু তেওঁৰ শিক্ষাগুৰুসকল৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.