ETV Bharat / state

গোসাইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ টাটা মোবাইল

ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগৰ অভিযানত গাড়ীখন পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰীৰ তৎপৰতাত কাঠ সহ গাড়ীখন লৈ যায় গোসাইগাঁৱস্থিত বন বিভাগৰ কাৰ্যালয়লৈ ৷ বন বিভাগে সদৰী কৰা মতে,জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষ্যাধিক টকা ৷

author img

By

Published : Sep 5, 2019, 2:57 PM IST

গোসাইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ টাটা মোবাইল

গোসাইগাঁও, ছেপ্টেম্বৰ: কোকৰাঝাৰৰ গোসাইগাৱঁত বন বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে পুৱা গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলংৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শালকাঠসহ জব্দ কৰে এ এছ ১৬চি/৪৬৭৬ নম্বৰৰ এখন টাটা পিকআপ ভান ৷ ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগৰ অভিযানত গাড়ীখন পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰীৰ তৎপৰতাত কাঠসহ গাড়ীখন লৈ যায় গোসাইগাঁৱস্থিত বন বিভাগৰ কাৰ্যালয়লৈ ৷ বন বিভাগে সদৰী কৰা মতে, জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষEধিক টকা ৷

Intro:Story :-- গোসাইগাৱঁত বন বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ টাটা মোবাইল জব্দ::

A + VO :-- কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলংৰ সমিপত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ চোৰাং শালকাঠ সহ এ এছ ১৬চি/৪৬৭৬ নম্বৰৰ এখন টাটা পিকআপ ভান জব্দ কৰে ৷ বন বিভাগৰ সুত্ৰত জানিৱ পৰামতে ৰাষ্ট্ৰীয় ঘাইপথেদি চোৰাং কাঠ সৰবৰাহ হব বুলি বন বিভাগে খৱৰ পায় ৷ সেইমতে যোৱা নিশা ৰাষ্ট্ৰীয় ঘাইপথত টহল দি থাকোতে গাড়ীখন পাৰ হয় ৷ Body: ৷ বন বিভাগে গাড়ী ৰখাৱলৈ ইংগিত দিয়ে যদিওঁ পলাই যাৱলৈ চেষ্টা কৰাত টহলদাৰী দলটোৱে পিছে পিছে খেদি গাড়ীখন জব্দ কৰে ৷ Conclusion:৷ পিছত কাঠ সহ গাড়ীখন গোসাইগাঁও স্থিত বন বিভাগৰ কাৰ্যালয়ত লৈ আহে ৷ জব্দকৃত কাঠৰ বজাৰ মৃল্য ডেৰ লক্ষাধিক টকা হৱ বুলি বন বিভাগে অনুমান কৰিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.