ETV Bharat / state

আমছুৰ প্ৰতিবাদত উত্তাল গোসাঁইগাঁও - etv bharat

এন আৰ চি আৰু ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে

এন আৰ চি আৰু ডি ভোটাৰক লৈ এবি আমছুৰ ধৰ্মঘট
author img

By

Published : Jun 28, 2019, 7:33 AM IST

Updated : Jun 28, 2019, 1:25 PM IST

কোকৰাঝাৰ, 27 জুনঃ ৰাজ্যখনত দেখা দিয়া এন আৰ চি আৰু ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত ছাত্ৰ সন্থা এবি আমছুই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে এবি আমছুই ।এন আৰ চি আৰু ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী কৰা হয়। দিনৰ ১২ বজাৰ আৰম্ভ হোৱা অৱস্থান কাৰ্যসূচী দুই বজালৈ অব্যাহত থাকে।

Intro:Story :- এন আৰ চি আৰু ডি ভোটাৰক লৈ এবি আমছুৰ ধৰ্মঘট :
Feed Name : Gossaigaon ABMSU Dharna.
Rpt :-Gossaigaon.
Date :-27/6/19.

Anchore :- ৰাজ্যখনত দেখা দিয়া এন আৰ চি আৰু ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত ছাত্ৰ সন্থা এবি আমছুই দুই ঘনটিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

Body:

S/O :- গোসাঁইগাঁৱৰ মহকুমাধিপতিৰ কাৰ্যালয়ত এবি আমছুৰ দুই ঘনটিয়া অৱস্থান ধৰ্মঘট । গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে এবি আমছুই । Conclusion: এন আৰ চি আৰু ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী। হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ, প্লেকাদ, ফেষ্টোন লৈ শ্লোগান দিয়ে এবিআমছুৰ নেতা কর্মী সকলে। দিনৰ ১২ বজাৰ আৰম্ভ হোৱা অৱস্থান কাৰ্যসূচী দুই বজালৈ অব্যাহত থাকে।
Byte :- ছাত্ৰ নেতা।
Last Updated : Jun 28, 2019, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.