ETV Bharat / state

তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক - TRIPURA

অভাৱৰ তাড়নাত নিজ সন্তানক বিক্ৰী কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত । জন্মৰ প্ৰায় তিনি দিনৰ পাছতেই শিশুটোৰ পিতৃ মাতৃয়ে তিনি লাখ টকাত বিক্ৰী কৰে সন্তানটোক ।

CHILDREN RESCUE IN TRIPURA
তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক
author img

By

Published : Jan 21, 2020, 10:04 PM IST

কৰিমগঞ্জ, 21 জানুৱাৰী: ত্ৰিপুৰাৰ কমলা সাগৰ এলেকাৰ দিলীপ দেৱনাথ আৰু মহামায়া দেৱনাথৰ ঘৰত জন্ম লয় এটি পুত্ৰ সন্তানৰ । সন্তানটোৰ জন্মৰ পাছতেই স্বামী-স্ত্ৰী চিন্তিত হৈ পৰে শিশুটোৰ লালন পালনকলৈ । অৱশেষত স্বামী-স্ত্ৰীয়ে তিনি লাখ টকাৰ বিনিময়ত হৰি নম নামৰ এগৰাকী ব্যক্তিক বিক্ৰী কৰি দিয়ে সন্তানটোক ।

তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক

এই খবৰ পোহৰলৈ অহাৰ পাছত ৰাইজৰ মাজত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ । স্থানীয় লোক সহায়ৰ বাবে আগবাঢ়ি আহে আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে শিশুটোক । আনহাতে শিশুটোৰ পৰিয়ালে উল্লেখ কৰে যে তেওঁলোকে সন্তানটোক বিক্ৰী কৰা নাছিল ৷ শিশুটিক প্ৰতিপালন কৰাটো তেওঁলোকৰ পক্ষে অসম্ভৱ হৈ পৰাত পৰিয়ালটোক লালন পালনৰ বাবেহে দিছিল বুলি উল্লেখ কৰে ৷

Intro:Body:SLUG. CHILDREN SALE

অভাৱৰ তাড়নাত এইবাৰ নিজ সন্তানক বিক্ৰীৰ এক ঘটনা পোহৰলৈ আহিছে।তিনি লাখ টকাৰ বিনিময়ত জন্মৰ তিনি দিনৰ মূৰত এই বিক্ৰীৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ঘটনা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ।ঘটনা অনুসৰি ত্ৰিপুৰাৰ কমলা সাগৰ এলেকাৰ দিলীপ দেৱনাথ আৰু মহামায়া দেৱনাথৰ ঘৰত জন্ম লয় এটি পুত্ৰ সন্তানৰ।জন্মৰ পিছত পতি পত্নী চিন্তিত হৈ পৰে।তিনি লাখ টকাৰ বিনিময়ত হৰি নম নামৰ এগৰাকী ব্যক্তিৰ কাষত বিক্ৰী কৰি দিয়ে।এই খবৰ পোহৰলৈ অহাৰ পাছত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।ৰাইজে সহায়ৰ বাবে আগবাঢ়ি আহে আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় শিশুটিক ।যদিও সংবাদ মাধ্যমৰ আগত শিশুৰ পৰিয়ালে জনায় তেওঁলোকে বিক্ৰী কৰা না আছিল কিন্তু শিশুটিক প্ৰতিপালন কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছিল গতিকে আনৰ কাষত দিচিল।

ৱাইট,স্থানীয় ৰাইজ
আৰু শিশুৰ মাতৃ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.