ETV Bharat / state

নিৰ্বাচনৰ বাবে প্ৰস্তুত কোকৰাঝাৰ প্ৰশাসন - etv bharat

মঙলবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে কোকৰাঝাৰ জিলা প্ৰশাসন, লোৱা হৈছে যাৱতীয় ব্যৱস্থা ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসণ
author img

By

Published : Apr 22, 2019, 11:10 PM IST

কোকৰাঝাৰ, 22 এপ্ৰিলঃ মঙলবাৰে বৰপেটা, গুৱাহাটী আৰু ধুবুৰী সমষ্টিৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিটো অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে কোকৰাঝাৰ জিলা প্ৰশাসন ৷ দেওবাৰৰ পুৱাৰে পৰা ব্যস্ততা পৰিলক্ষিত হৈছে জিলাখনত ৷ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে পাৰ কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসণ

কোকৰাঝাৰৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে দিয়া তথ্য অনুসৰি সমগ্ৰ জিলাখনৰ নিৰাপত্তা লগতে ইণ্ডো-ভূটান সীমান্ত পৰ্যন্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে সমষ্টিটোত ভোটাৰৰ মুঠ ভোটাৰৰ সংখ্যা 17,65,411 ৷ ইয়াৰ ভিতৰত 900284 জন পুৰুষ ভোটাৰ আৰু 91514 জনী মহিলা ভোটাৰ ৷

Kokrajhar ready for election

Slug_A_KOJ_22APRIL_DC BYTE_808_KANAK

Kokrajhar, April 22: The stage is set for the third phase elections in 5 No Kokrajhar (ST) HPC amidst tight security for a free, fair and peaceful election tomorrow.

Polling officials were seen moving to the respective polling station since morning hours.

The Kokrajhar district administration has made adequate to ensure smooth, peaceful, free and fair elections.

Kokrajhar Deputy Commissioner and Returning officer Partha Pratim Mazumdar said preventive measures have been taken and security intensified. He said round-the-clock vigil is being maintained along inter-state and international borders, including Indo-Bhutan, to thwart miscreants from carrying out subversive activities.

The administration has imposed 144CrPC in the district and the Indo-Bhutan border will be sealed on the polling day.

Each hyper sensitive booth would be guarded by a section of paramilitary forces, while half section in sensitive and one or two policemen would guard safe polling booths. 

Under  30 Kokrajhar 9East) ST LAC, total 138 polling stations have been identified as sensitive polling station, 36 nos as very sensative and 67 comparatively safe polling station. 

A total of 180783 voters will cast their votes in 245 polling stations in the Kokrajhar East LAC of which 89269 nos are male and 91514 female.

5 No Kokrajhar (ST) Lok Sabha constituency consists of 10 Legislative Assembly segments namely 28- Gossaigaon, 29- Kokrajhar West (ST), 30- Kokrajhar East (ST), 31- Sidli (ST), 33- Bijni, 40- Sorbhog, 41- Bhabanipur, 58- Tamulpur, Barama (ST), and Chapaguri (ST).

The total number of voters  in the constituency is 17,65,411, out of which 900284 are male and 8,65,126 are female voters. The total service voters is 10720 and 2,556 People with Disabilities (PwD) voters.

There are total 2347 polling stations under 5 No Kokrajhar (ST) Lok Sabha constituency.

 Kokrajhar is witnessing a multi-corned contest this time with a total nine candidates in fray. The candidates are Sabda Ram Rabha of Indian National Congress, Pramila Rani Brahma= Bodoland Peoples Front(BPF), Urkhao Gwra Brahma= United People's Party (Liberal), Biraj Deka= CPI(M), Rajesh Narzary= Voters' Party International, Charan Iswary= Purvanchal  Janata Party (Secular), Naba Kr. Sarania= Independent, Ranjay Kr. Brahma= Independent, and Prasenjit Kr. Das= Independent. Kokrajhar ready for election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.