ETV Bharat / state

এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তিৰ অভিযোগ আমছুৰ

এন আৰ চিৰ আপত্তিৰ নামত ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয় চৌহদত আমছুৰ ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী

কোকৰাঝাৰত এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ বিৰোধিতা আমছুৰ
author img

By

Published : May 13, 2019, 10:51 PM IST

গোসাইগাওঁ ,১৩ মে': সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তথা কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয় চৌহদত এন আৰ চি আপত্তিৰ নামত মিছা আৰু ভুৱা ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰাৰ লগতে গোসাইগাওঁ মহকুমাধিপতি কাৰ্যালয়ৰ DRCR মহোদয়লৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে।

কোকৰাঝাৰত এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ বিৰোধিতা আমছুৰ

উক্ত ধৰ্ণা কাৰ্যসূচীত কেন্দ্ৰীয় উপ সভাপতি ৰুফিকুল ইছলাম তথা সাংগাঠনিক সম্পাদক আনোৱাৰ হুছেইন আৰু জিলা আমছুৰ সভাপতি মাফুজ হোছেইনে মন্তব্য কৰি কয় যে প্ৰত্যেকে শুদ্ধ এন আৰ চি গ্ৰহণ কৰিব লাগে। লগতে শুদ্ধ এন আৰ চি গ্ৰহণ নহ'লে অনাগত দিনবোৰত আমছুৱে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।

Intro:NRC আপত্তিৰ নামত
ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গোসাইগাওঁ মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত আমছুৰ ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী :

গোসাইগাওঁ : ১৩ মে : সদৌ অসম সংখ্যালঘু ছাত্র- ইউনিয়ন (আমছু) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তথা কোকৰাঝাৰ জিলা সমিতি উদ্দ্যোগত আজি দিনৰ ১১ মান বজাৰ পৰা ১ মান বজালৈকে বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয় চৌহদত NRC আপত্তিৰ নামত মিছাঁ আৰু ভৃৱা ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী সবাস্ত কৰে লগতে গোসাইগাওঁ মহকুমাধিপতি কাৰ্য্যালয়ৰ D R C R মহোদয়লৈ এখন স্মাৰক- পত্র প্ৰেৰণ কৰে ।

Body: উক্ত ধৰ্না কায্যসুচীত কেন্দ্ৰীয় উপসভাপতি ৰুফিকুল ইছলাম তথা সাংগাঠনিক সম্পাদক আনোৱাৰ হুছেইন আৰু জিলা আমছুৰ সভাপতি মাফুজ হোছেইন মন্তুৱ্য কৰি কয় যে প্ৰত্যোকে শুদ্ধ NRC গ্ৰহন কৰিব লাগে ।

Conclusion:শুদ্ধ NRC গ্ৰহণ নহলে অনাগত দিনবোৰত আমছুয়ে তীব্ৰ গন আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ।

।।বাইট- কোকৰাঝাৰ জিলা আমছু সভাপতি মাফুজ হোছেইন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.