ETV Bharat / state

ত্ৰিপুৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ - ত্ৰিপুৰা

এইবাৰ ত্ৰিপুৰাত বনৰীয়া হাতীয়ে সৃষ্টি কৰিছে সন্ত্ৰাস । বৃহস্পতিবাৰে বনৰীয়া হাতীয়ে প্ৰাণ ল'লে মোহন দেববৰ্মা নামৰ এজন বৃদ্ধ লোকৰ । ঘটনাস্থলিত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷

ত্ৰিপুৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ
author img

By

Published : May 9, 2019, 7:24 PM IST

  • ত্ৰিপুৰাত বনৰীয়া হাতীৰ সন্ত্ৰাস
  • বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এগৰাকী বৃদ্ধ লোকৰ
  • মৃত্যু হোৱা লোকজনৰ নাম মোহন দেববৰ্মা
  • ত্ৰিপুৰাৰ কল্যাণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ ঘিলাতলী এলেকাত সংঘটিত হৈছে এই ঘটনা
  • জংঘলত খৰি বিচাৰিবলৈ যাওতে বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হয় মৃত লোকজন
  • আৰক্ষী আৰু বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে

Intro:Body:SLUG : WILD ELEPHANT KILLED A MAN AT TRIPURA.

এইবাৰ ত্ৰিপুৰাত বনৰীয়া হতীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে । বনৰীয়া হাতীয়ে প্ৰান ললে এগৰাকী বৃদ্ধ লোকৰ । মৃত্যু হোৱা লোকজনৰ নাম মোহন দেববৰ্মা (65) । ত্ৰিপুৰাৰ কল্যাণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ ঘীলাতলী এলেকাত এই ঘঠনাটি সংঘটিত হৈছে । পেচাত হাজিৰা কৰা ব্যক্তিজন কাখৰ জংঘলত জুইৰ কাঠ সংগ্ৰহ কৰিবলৈ যাওতে বনৰীয়া হাতীৰ আক্ৰমণৰ চিকাৰ হৈছিল । ঘঠনাৰ খবৰ পাই আৰক্ষী আৰু বনবিভাগৰ লোক ঘঠনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.