ETV Bharat / state

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা : বিজেপি কৰ্মীক আক্ৰমণ !

author img

By

Published : Jul 7, 2019, 9:18 PM IST

দেওবাৰে দুপৰীয়া ধৰ্মনগৰৰ পশ্চিম চন্দ্ৰপুৰ এলেকালৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল বিজেপিৰ এটা দল । প্ৰচাৰ চলোৱাৰ সময়তে এদল চি পি এমৰ সমৰ্থকে দা-লাঠিৰে আক্ৰমণ চলাই বিজেপি কৰ্মীসকলৰ ওপৰত ৷ বৰ্তমান ধৰ্মনগৰ এলেকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা

কৰিমগঞ্জ, জুলাই 6 : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ ক্ষণত নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰিছে ত্ৰিপুৰা ৷ চি পি এমৰ সমৰ্থকৰ আক্ৰমণৰ বলি হ'ল বিজেপি কৰ্মী ৷ উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰৰ পশ্চিম চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে দুপৰীয়া ধৰ্মনগৰৰ পশ্চিম চন্দ্ৰপুৰ এলেকালৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল বিজেপিৰ এটা দল । কিন্তু প্ৰচাৰ চলোৱাৰ সময়তে এদল চি পি এমৰ সমৰ্থকে দা-লাঠিৰে আক্ৰমণ চলাই বিজেপি কৰ্মীসকলৰ ওপৰত ৷ ফলত আহত হয় কেইবাজনো বিজেপি কৰ্মী ৷ ইয়াৰোপৰি চি পি এমৰ সমৰ্থকে পেট্ৰ'ল ঢালি জ্বলাই দিয়ে চাৰিচকীয়া বাহন আৰু 15 খনকৈ বাইক ৷

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা : বিজেপি কৰ্মীক আক্ৰমণ !

এই ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান লগত লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ ত্ৰিপুৰা বিধানসভাৰ উপাধক্ষ্য তথা ধৰ্মনগৰ সমষ্টিৰ বিজেপিৰ বিধায়ক বিশ্ববন্ধু সেনগুপ্ত । কিন্তু আৰক্ষী উপস্থিত হোৱাৰ আগতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চি পি এমৰ সমৰ্থক ৷ আনহাতে, এই ঘটনাত আহত বিজেপি কৰ্মীসকলক ভৰ্তি কৰোৱা হয় ধৰ্মনগৰ চৰকাৰী চিকিৎসালয়ত । পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাত । বৰ্তমান ধৰ্মনগৰ এলেকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।

Intro:ত্ৰিপুৰাত নিৰ্বাচনী সন্ত্ৰাসBody:SLUG : TRIPURA POLITICAL CLASH .

সম্মুখত ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচন । আৰু নিৰ্বাচনক কেন্দ্ৰ কৰি আজি হঠাতে উত্তপ্ত হৈ পৰে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ চহৰ সংলগ্ন পশ্চিম চন্দ্ৰপুৰ এলেকা । চিপিএম সমৰ্থকৰ আক্ৰমনত আহত হৈছে কেইবাজনো বিজেপি কৰ্মী । চিপিএম সমৰ্থকৰ দলে এটা চাৰি চকীয়া বাহন জ্বলাই দিয়াৰ লগতে পোন্ধৰখন মটৰছাইকেল পেট্ৰল ঢালি জ্বলাই দিয়ে । আৰু এই ঘটনাই বর্তমানে  এলেকাত চেপা উত্তেজনা বিৰাজ কৰিছে ।

ঘঠনাৰ বিবৰন অনুসৰি আজি দুপৰীয়াৰ ভাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোবলৈ ধৰ্মনগৰ চহৰ সংলগ্ন পশ্চিম চন্দ্ৰপুৰ এলেকাত গৈছিল বিজেপিৰ এটা দল । চন্দ্ৰপুৰ অঞ্চলৰ  সংখ্যালঘু এলেকাত প্ৰচাৰ চলাবলৈ যাওঁতে এদল চিপিএম সমৰ্থকে বিজেপি কৰ্মী সমৰ্থকৰ উপৰত দা লাঠিৰে আক্ৰমণ চলাই আহত কৰে কেইবাজনো বিজেপি কৰ্মীক । আৰু লগত লৈ যোৱা 15 খন মটৰছাইকেল আৰু চাৰি চকীয়া বাহন সম্পূৰ্ণৰূপে জ্বলাই দিয়ে । ঘঠনাৰ খবৰ পাই  আৰক্ষী আৰু চিআৰপিএফ বাহিনী লগত লৈঘঠনাস্থলীত গৈ উপস্থিত হয় ত্ৰিপুৰা বিধানসভাৰ উপাধক্ষ্য তথা ধৰ্মনগৰ সমষ্টিৰ বিজেপিৰ বিধায়ক বিশ্ববন্ধু সেনগুপ্ত । কিন্তু ঘঠনাস্থলী গৈ পোৱাৰ আগতেই ঘঠনাস্থলীৰ পৰা পলায়ন কৰে চিপিএম'ৰ সমৰ্থক সকলে । ইপিনে এই ঘঠনাত আহত বিজেপি কৰ্মী সকলক ধৰ্মনগৰ চৰকাৰী চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে । মোট কথাত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ নিৰ্বাচনী হিংসা ত্ৰিপুৰাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বৰ্তমানে ধৰ্মনগৰ এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে ।

Byte : MLA . Dharmanagar and Police. 

Date : 07.07.19 Conclusion:এতিয়া কি হয় এয়াই লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.