কৰিমগঞ্জ,24 জুলাইঃ শ্ৰেণীকোঠাত নহয় ৰাজপথত প্ৰতিবাদত ব্যস্ত ছাত্ৰ-ছাত্ৰী ৷ বৰাক উপত্যকাৰ বদৰপুৰ নবীন চন্দ্ৰ কলেজ আৰু অন্যান্য কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে 'শিক্ষামন্ত্ৰী হায় হায়','শিক্ষা বিভাগ হায় হায়' ধ্বনিৰে উত্তাল কৰিল ৰাজপথ ৷ ফি মুকুব দাবী ছাত্ৰ সংগ্ৰাম কমিটিৰ আহ্বানত হাতে হাতে প্লে-কাৰ্ড লৈ ৰাজপথলৈ উলাই আহিল ছাত্ৰ-ছাত্ৰীসকল ৷ এক প্ৰতিবাদী বিক্ষোভ সমদল উলিয়াই সমগ্ৰ বদৰপুৰ এলেকা পৰিদৰ্শন কৰি চক্ৰ অধিকাৰীৰ হাতত মহাবিদ্যালয়ৰ মাচুল হ্ৰাস আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বত আছিল সংগ্ৰাম কমিটিৰ মুখ্য উপদেষ্টা প্ৰজ্বল দেৱকে ধৰি অন্যান্য কাৰ্যকর্তা সকল ।
শ্ৰেণীকোঠা এৰি ৰাজপথত বদৰপুৰৰ ছাত্ৰ-ছাত্ৰী - badarpur
মাচুল হ্ৰাস আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ৷
কৰিমগঞ্জ,24 জুলাইঃ শ্ৰেণীকোঠাত নহয় ৰাজপথত প্ৰতিবাদত ব্যস্ত ছাত্ৰ-ছাত্ৰী ৷ বৰাক উপত্যকাৰ বদৰপুৰ নবীন চন্দ্ৰ কলেজ আৰু অন্যান্য কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে 'শিক্ষামন্ত্ৰী হায় হায়','শিক্ষা বিভাগ হায় হায়' ধ্বনিৰে উত্তাল কৰিল ৰাজপথ ৷ ফি মুকুব দাবী ছাত্ৰ সংগ্ৰাম কমিটিৰ আহ্বানত হাতে হাতে প্লে-কাৰ্ড লৈ ৰাজপথলৈ উলাই আহিল ছাত্ৰ-ছাত্ৰীসকল ৷ এক প্ৰতিবাদী বিক্ষোভ সমদল উলিয়াই সমগ্ৰ বদৰপুৰ এলেকা পৰিদৰ্শন কৰি চক্ৰ অধিকাৰীৰ হাতত মহাবিদ্যালয়ৰ মাচুল হ্ৰাস আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বত আছিল সংগ্ৰাম কমিটিৰ মুখ্য উপদেষ্টা প্ৰজ্বল দেৱকে ধৰি অন্যান্য কাৰ্যকর্তা সকল ।
ৱদৰপুৰ: -- কলেজ এৰি ৰাজপথত নামিবলগা হল ছাত্ৰছাত্ৰী সকলৰ ।হয় বৰাক উপত্যকা ফি মুকুব দাবী ছাত্ৰ সংগ্ৰাম কমিটিৰ আহ্বানত বদৰপুৰ নবীন চন্দ্ৰ কলেজ আৰু অন্যান্য কলেজৰ ছাত্ৰছাত্ৰী সকলে শিক্ষা মন্ত্ৰী হায় হায় শিক্ষা ৱিভাগ হায় হায় ধ্ৱনি দি ৰাজপথ কঁপাই তোলে ।হাতত প্লে কাৰ্ড লৈ এক প্ৰতিবাদী বিক্ষোভ সমদল উলিয়াই সমগ্ৰ বদৰপুৰ এলেকা পৰিদৰ্শন কৰি চক্ৰ আধিকাৰীকৰ কাষত স্মৰকপত্ৰ দিয়ে।দাবী জনায় ফি বাতিল কৰা আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ৱিনা মূল্য এডমিচন ।প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বত আছিল সংগ্ৰাম কমিটিৰ মুখ্য উপদেষ্টা প্ৰজ্বল দেৱ কে ধৰি অন্যান্য কাৰ্যকর্তা সকল।Conclusion:এই আন্দোলন কিমান খিনি কামত আহিব সিটু হৱ লক্ষ্যণীয় ।
ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথ