ETV Bharat / state

বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ

"উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে মাত মতা বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ তৰি এওঁলোকক জেলত ভৰাব লাগে" ।  বিজেপিৰ মন্ত্ৰী-বিধায়কৰ  বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য  প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ   ৷

"বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰ নথিভুক্ত কৰিব লাগে"
author img

By

Published : Sep 8, 2019, 9:58 AM IST

কৰিমগঞ্জ, 8 ছেপ্টেম্বৰঃ "উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে মাত মতা বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ তৰি এওঁলোকক জেলত ভৰাব লাগে" । বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ৷

"বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰ নথিভুক্ত কৰিব লাগে"

বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খনৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতে এনআৰচিক লৈ বিভিন্ন জনে বিভিন্ন মন্তব্য তথা প্ৰতিক্ৰিয়া আগবঢ়াইছে৷ এনআৰচিৰ প্ৰসংগত কোনোৱে যদি সন্তুষ্টি প্ৰকাশ কৰিছে তেন্তে আন কোনোৱে আকৌ চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে৷ তেনে সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদে এন আৰচিৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,কংগ্ৰেছে যেতিয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে মাত মাতিছিল, তেতিয়া বিজেপিৰ একাংশ মন্ত্ৰী-বিধায়ক হাজেলাৰ হৈ থিয় দিছিল । কিন্তু আজিৰ তাৰিখত সেই সকল মন্ত্ৰী-বিধায়ক সকলে প্ৰতীক হাজেলাৰ বিৰুদ্ধে মাত মাতিছে, আনকি উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে মাত মাতিছে । লগতে তেওঁ কয় যে মহামান্য আদালতৰ বিৰুদ্ধে মাত মতা সকলৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰ নথিভুক্ত কৰি এওঁলোকক জেলত ভৰাব লাগে৷ আনহাতে 7 তাৰিখে এনআৰচিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পোৱাৰ কথা আছিল যদিও এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলা ৰহস্যজনকভাৱে ব্যৰ্থ হোৱা বুলি কয় প্ৰাক্তন মন্ত্ৰীজনে । তেওঁ কয় যে মুছলিম সম্প্ৰদায়ৰ লোক সকলে স্বাধীনতা আন্দোলনত সকলোতকৈ অধিক আত্মবলিদান দিছিল । গতিকে এওঁলোকক কোন দেশলৈ প্ৰেৰণ কৰা হ'ব সেয়া আগতে ঠিক কৰিব লাগে । ইয়াৰোপৰিও প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বিজেপিৰ নেতা মন্ত্ৰী সকলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে মুছলিম সংগঠন সমূহক থিয় দিয়াৰ আহ্বান জনাইছে৷

Intro:Body:SLUG : EX MINISTER ON NRC .

এনআৰচিক লৈ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ মন্তব্য । ছুপ্ৰিম কোৰ্টৰ বিৰুদ্ধে মাত মতা বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দেশদ্ৰহী মামলা নথিভুক্ত কৰি এওঁলোকক  জেলত ভৰিব লাগে ।

এনআৰচিক লৈ বিভিন্ন জনৰ বিভিন্ন মন্তব্য । কোনোবাই যদি সন্তুষ্টি প্ৰকাশ কৰিছে তেন্তে কোনোবাই চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে এনআৰচিৰ প্ৰসঙ্গত । 

এইবাৰ এনআৰচিৰ প্ৰসঙ্গত প্ৰাক্তন কংগ্ৰেছৰী মন্ত্ৰী ছিদ্দিক আহমেদে কলে কংগ্ৰেছে যেতিয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে মাত মাতিছিল, তেতিয়া বিজেপিৰ একাংশ মন্ত্ৰী বিধায়ক হাজেলাৰ হৈ  থিও দিছিল । কিন্তু আজিৰ তাৰিখত সেই সকল মন্ত্ৰী বিধায়ক সকলে প্ৰতীক হাজেলাৰ বিৰুদ্ধে মাত মাতিছে । আনকি ছুপ্ৰিম কোৰ্টৰ বিৰুদ্ধে মাত মাতিছে । সুতৰাং মহামান্য আদালতৰ বিৰুদ্ধে মাত মতা সকলৰ বিৰুদ্ধে দেশদ্ৰহী মামলা নথিভুক্ত কৰি এওঁলোকক জেলত ভৰাব লাগে । 

আনহাতে সাত তাৰিখে এনআৰচিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কথাতো এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলা ৰহস্যজনক কাৰনে  ব্যৰ্থ হোৱা বুলি কয় প্ৰাক্তন মন্ত্ৰীজনে । ছিদ্দিকে কলে মুছলিম লোক সকলে স্বাধীনতা আন্দোলনত সকলোতকৈ বেশী আত্মবলিদান দিছে । গতিকে আগতে এওলোকক কোনটো দেশত প্ৰেৰন কৰা হব এয়া আগত ঠিক কৰক । আনহাতে মুছলিম সংঘটনে বিজেপিৰ নেতা মন্ত্ৰী সকলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে থিও দিয়াৰ আহ্বান জনাইছে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ............

Date : 08.09.19 আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.