ETV Bharat / state

কৰিমগঞ্জত জাতীয় শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

জাতীয় শিক্ষা নীতিৰ তীব্ৰ বিৰোধীতা এআইডিএছঅ’ সংগঠনৰ ৷ শিক্ষা বিভাগটো পুঁজিপতিৰ হাতত তুলি দিব বিচৰা চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশতে আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি দিলে সংগঠনটোৱে ।

author img

By

Published : Aug 4, 2020, 4:49 AM IST

Protest against the national education act 2020 at Karimganj

কৰিমগঞ্জ, 4 আগষ্ট: সোমবাৰে কৰিমগঞ্জত জাতীয় শিক্ষা নীতিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনৰ বিক্ষোপ প্ৰদৰ্শন । কৰিমগঞ্জত All India Democratic Students Organisation (AIDSO) ছাত্ৰ সংগঠনৰ জিলা কমিটিৰ কৰ্মী সকলয়ে এই নীতিৰ তীব্ৰ বিৰোধীতা কৰি কেন্দ্ৰীয় চৰকাৰৰ এই নীতিয়ে ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিব বুলি উল্লেখ কৰে ৷ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ লৰা-ধেমালি কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৷

জাতীয় শিক্ষা নীতিৰ বিৰুদ্ধে কৰিমগঞ্জত ব্যাপক প্ৰতিবাদ

সংগঠনটোৰ প্ৰশ্ন কিয় মাধ্যমিক আৰু এম ফিল বাতিল কৰিব । কিয় ষান্মষিক আৰম্ভ হ’ব মাধ্যমিকৰ পৰা, লগতে স্নাতক ডিগ্ৰী চাৰি বছৰ বৃদ্ধি এইবোৰ পদ্ধতিৰ তেওঁলোকে মানি নলয় বুলিও উল্লেখ কৰে । শিক্ষা বিভাগটো পুঁজিপতিৰ হাতত তুলি দিব বিচৰা চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশতে আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি প্ৰদান সংগঠনটোৰ ।

লগতে চাওক-জিলা আৰক্ষী অধিক্ষক সহ 37 জন ক’ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.