ETV Bharat / state

আজি কৰিমগঞ্জলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By

Published : Mar 18, 2021, 12:29 PM IST

Updated : Mar 18, 2021, 2:12 PM IST

নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ ভোটাৰক নিজ দলৰ প্ৰতি আকৃষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে প্ৰতিটো ৰাজনৈতিক দলে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমলৈ সঘন আহ-যাহ চলিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ষ্টাৰ কেম্পেইনাৰৰ সোঁত বৈছে ৰাজ্যলৈ ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ পাচত বৃহস্পতি বাৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

আজি কৰিমগঞ্জলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
আজি কৰিমগঞ্জলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

কৰিমগঞ্জ,18 মাৰ্চ : নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ ভোটাৰক নিজ দলৰ প্ৰতি আকৃষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে প্ৰতিটো ৰাজনৈতিক দলে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমলৈ সঘন আহ-যাহ চলিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ষ্টাৰ কেম্পেইনাৰৰ সোঁত বৈছে ৰাজ্যলৈ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ পাচত বৃহস্পতিবাৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

বৰাকত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জৰ ভাট্টগ্ৰামত অংশ ল'ব নিৰ্বাচনী প্ৰচাৰ সভাত । দিনৰ ১বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী। বিজেপিৰ ১৪গৰাকী আৰু অগপৰ ১গৰাকী প্ৰাৰ্থীৰ হৈ বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব মোডীয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

Last Updated : Mar 18, 2021, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.