কৰিমগঞ্জ,17এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগদিনা কৰিমগঞ্জত নিৰ্বাচনী হিংসা । মঙলবাৰে কৰিমগঞ্জ চহৰৰ নিকটৱৰ্তী কানিশাইল গাঁৱত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত হয় বিজেপিৰ দুজন কৰ্মী। অভিযোগ অনুসৰি নাজিম আহমেদ আৰু মুজিবুৰ ৰহমান নামৰ দুজন কংগ্ৰেছ কর্মীয়ে এদল গুণ্ডাবাহিনী লৈ বিজেপি কৰ্মী ক্ৰমে আবিদুৰ ৰহমান আৰু তহিদুৰ ৰহমানৰ ওপৰত আক্ৰমণ চলায়। জানিব পৰা মতে পূৰ্বৰ টকাৰ লেনদেনৰ বাবে দুয়ো দলৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ ইতিমধ্যে অভিযুক্ত দুজনৰ ওপৰত আক্ৰমণৰ অভিযোগ তুলি বিজেপিৰ কৰ্মী আবিদুৰ ৰহমান আৰু তহিদুৰ ৰহমানে এক গোচৰ তৰিছে ৷
কৰিমগঞ্জত নিৰ্বাচনী হিংসা, বিজেপিক কৰ্মীক কংগ্ৰেছ কৰ্মীৰ আক্ৰমণ! - loksabha
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে কৰিমগঞ্জত সংঘটিত হ'ল এক নিৰ্বাচনী হিংসা ৷ অভিযুক্তৰ ওপৰত কৰিমগঞ্জ থানাত গোচৰ ৰুজো ৷

কৰিমগঞ্জ,17এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগদিনা কৰিমগঞ্জত নিৰ্বাচনী হিংসা । মঙলবাৰে কৰিমগঞ্জ চহৰৰ নিকটৱৰ্তী কানিশাইল গাঁৱত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত হয় বিজেপিৰ দুজন কৰ্মী। অভিযোগ অনুসৰি নাজিম আহমেদ আৰু মুজিবুৰ ৰহমান নামৰ দুজন কংগ্ৰেছ কর্মীয়ে এদল গুণ্ডাবাহিনী লৈ বিজেপি কৰ্মী ক্ৰমে আবিদুৰ ৰহমান আৰু তহিদুৰ ৰহমানৰ ওপৰত আক্ৰমণ চলায়। জানিব পৰা মতে পূৰ্বৰ টকাৰ লেনদেনৰ বাবে দুয়ো দলৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ ইতিমধ্যে অভিযুক্ত দুজনৰ ওপৰত আক্ৰমণৰ অভিযোগ তুলি বিজেপিৰ কৰ্মী আবিদুৰ ৰহমান আৰু তহিদুৰ ৰহমানে এক গোচৰ তৰিছে ৷
ভোট গ্ৰহনৰ আগদিনা কৰিনগঞ্জত নিৰ্বাচনী হিংসা । কৰিমগঞ্জ চহৰৰ নিকটবৰ্তী কানিশাইল গাঁওত কংগ্ৰেস কৰ্মীৰ আক্ৰমনত বিজেপিৰ দুইজন কৰ্মী আহত হয় । কংগ্রেস কর্মী নাজিম আহমেদ আৰু মুজিবুৰ ৰহমানে (সিপু) এদল গুন্ডাবাহিনী লৈ বিজেপি কৰ্মী আবিদুৰ ৰহমান আৰু তহিদুৰ ৰহমানৰ উপৰত আক্ৰমন চলায় । একে গাঁওৰে হোৱা হেতুকে নাজিমে আবিদুৰক নিজৰ ঘৰলৈ মাতি আনি চা, তামুল খোয়াই হঠাতে আক্ৰমন চলায় । কাৰন, দুয়োৰে মাজত পূৰ্বৰ টকাৰ লেনদেন আছিল । যদিও বৰ্তমান নিৰ্বাচনী বতৰ হোৱাত সেই সুযোগটো ললে নাজিমে । কাৰন নাজিমে কংগ্ৰেস দল কৰে আৰু আবিদুৰে বিজেপি দল কৰে । এনে পৰিস্থিতিত এই ঘটনাটো সংঘটিত কৰি কংগ্ৰেস কৰ্মী নাজিমে আবিদুৰক হত্যাৰ ভাবুকি প্ৰদান কৰে । আবিদুৰে আমাৰ কেমেৰাৰ আগত জনায়, নাজিমে নিজকে বিধায়ক কমলাক্ষৰ সমৰ্থক আৰু কংগ্ৰেছী গুণ্ডা পৰিচয় দি কৈছিল পাৰিলে তই বিজেপি নেতা মিশন দাসক দি টকা আদায় কৰি লবি ।
বিপিএন চক্ৰৱৰ্তী,কৰিমগঞ্জ, ১৭-০৪-১৯Conclusion:কংগ্ৰেছ আৰু বিজেপিৰ মাঝত এই হিংসা