উল্লেখ্য যে বোৱাৰীৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ ভয়ত নিজ ঘৰলৈ উভতি যাব নিবিচাৰে মহিলা গৰাকী । সততে পুত্ৰ বোৱাৰীৰ মৰমৰ পৰা বঞ্চিত হৈ অহা কোন এই মহিলা গৰাকী? এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন....
প্ৰসংগঃ বৃদ্ধাশ্ৰম ! - etv bharat
বাস্তৱত পৰিণত নহ'ল বদৰপুৰৰ এগৰাকী মাতৃৰ পুত্ৰক লৈ দেখা সপোন। কাৰণ তিনি পুত্ৰৰ কৃপাত বিগত ১০ দিন ধৰি বাৰইগ্ৰামৰ বৃদ্ধাশ্ৰমত দিন পাৰ কৰিছে বদৰপুৰৰ লক্ষী সেনে । পুত্ৰ বোৱাৰীৰ দ্বাৰা নিৰ্যাতিত মহিলা গৰাকীৰ দুখৰ ভাগী হ'বলৈ কাষ চাপি আহিল কৰিমগঞ্জ উমৰপুৰৰ মহিলা সমিতিৰ এগৰাকী সদস্য।
প্ৰসংগঃ বৃদ্ধাশ্ৰম !
উল্লেখ্য যে বোৱাৰীৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ ভয়ত নিজ ঘৰলৈ উভতি যাব নিবিচাৰে মহিলা গৰাকী । সততে পুত্ৰ বোৱাৰীৰ মৰমৰ পৰা বঞ্চিত হৈ অহা কোন এই মহিলা গৰাকী? এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন....
Intro:বৃদ্ধাশ্ৰমত থকা এজন অসহায় মাতৃক এদিনৰ বাবে খোজ লোয়া নাই তিন পাষণ্ড পুত্ৰ Body:স্বপ্নজিৎ নাথ ৱদৰপুৰ :-বৃদ্ধাশ্ৰমত থকা এজন অসহায় মাতৃৰ ৱোজ লৱলৈ সময় না পালে তিনি পাষণ্ড পুত্ৰ । হয় মই কৱ খোজিছো ৱদৰপুৰৰ লক্ষী সেন কথা । জি জনৰ তিনি পুত্ৰ চাকৰি কৰে কিন্তু নিজৰ মাতৃক ঘৰত থাকিবলৈ নিদিয়া ।সেয়ে আজি দশ দিন হ'ল ৱাৰইগ্ৰাম এটা বৃদ্ধাশ্ৰমত থাকে ।আজি উমৰপুৰৰ এটা মহিলা সমিতি কাৰ্য্যকৰতা ৱাৰইগ্ৰামৰ বৃদ্ধাশ্ৰমত গৈ লক্ষী সেনক খৱৰ লৱলৈ গলে অসহায় মাতৃ গৰাকীয়ে কয় মোৰ লৰা ছোৱালী খৱৰ লোয়া নাই । আৰু কলে তেওঁৰ ঘৰত যাবলৈ মন না যায় কিয়নো তেওঁৰ লৰা ৱউ তেওঁ ক প্ৰহাৰ কৰিব ।মাহত অলপ টকা দিলে তেওঁ বৃদ্ধাশ্ৰমত থকা ই ভাল । মহিলা সমিতিৰ সভাপতি শাস্বতি চক্ৰৱৰ্তী মিডিয়াৰ আগতে কলে যে তেওঁ কালি কৰিমগঞ্জৰ িডি সি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিৱ। আৰু তেওঁৰ পুত্ৰ ৰ ৱিভাগৰ আধিকাৰিকক অভিযোগ কৰিৱ । আৰু নহ'লে তেওঁ তিনি পুত্ৰ ৱিৰোদ্দে এজাহাৰ দাখিল কৰিব ৱূলি ই টিভি একান্ত সাক্ষাত কয়।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে