ETV Bharat / state

প্ৰশাসনে জাৰি কৰিলে নতুন লক্ ডাউন নীতি

শনিবাৰৰ পৰা কৰিমগঞ্জত জাৰি কৰা হৈছে নতুন লক ডাউন ৷ জিলাখনৰ 7 টাকৈ বজাৰ এলেকাত প্ৰযোজ্য হৈছে লক্ ডাউনৰ নতুন নীতি । ফকিৰাবাজাৰ, ভাংগা বজাৰ, নিলামবজাৰ, কালিগঞ্জ বজাৰ, আছিমগঞ্জ, পাথাৰকান্দি আৰু আনিপুৰ এলেকাত লক ডাউন জাৰি কৰা হৈছে ৷

কৰিমগঞ্জত প্ৰশাসনে জাৰি কৰিলে নতুন লক ডাউন নীতি

author img

By

Published : Jul 4, 2020, 4:44 PM IST

কৰিমগঞ্জ, 4 জুলাই : সমগ্ৰ ৰাজ্য়ৰ লগতে কৰিমগঞ্জটো প্ৰশাসনে জাৰি কৰিছে নতুন লক ডাউনৰ নতুন নীতি ৷ শনিবাৰৰ পৰা জিলাখনৰ 7 টাকৈ বজাৰ এলেকাত প্ৰযোজ্য হৈছে লক ডাউনৰ নতুন নীতি । ইয়াৰোপৰি, কৰিমগঞ্জৰ পৌৰসভা এলেকাৰ বাহিৰেও আন কিছু সংখ্যক ঠাইৰ বাবে প্ৰযোজ্য হৈছে লক ডাউনৰ এই নীতি । কৰিমগঞ্জৰ ফকিৰাবাজাৰ, ভাংগা বজাৰ, নিলামবজাৰ, কালিগঞ্জ বজাৰ, আছিমগঞ্জ, পাথাৰকান্দি আৰু আনিপুৰ এলেকাত জাৰি কৰা হৈছে লক ডাউন ।

কৰিমগঞ্জত প্ৰশাসনে জাৰি কৰিলে নতুন লক ডাউন নীতি
উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । কৰিমগঞ্জৰ বিভিন্ন ঠাইত নতুন নীতিৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । অকাৰণত ওলাই অহা বহু যান-বাহন আৰক্ষীয়ে জব্দ কৰিছে । যিসকলে আৰক্ষীৰ নিৰ্দেশ মানি চলা নাই তেওঁলোকক লক ডাউন ভংগ কৰাৰ বাবে আৰক্ষীয়ে শাস্তি প্ৰদান কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে ।

লগতে পঢ়ক : সংবাদমেল চলি থকাৰ মাজতেই বাইক লৈ উধাও চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.