ETV Bharat / state

বদৰপুৰত চিকিৎসকৰ হেমাহিত নৱজাতকৰ মৃত্যুৰ অভিযোগ - বদৰপুৰত চিকিৎসকৰ হেমাহিত নৱজাতকৰ মৃত্যুৰ অভিযোগ

নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ বদৰপুৰৰ শ্ৰী গৌৰি হাস্পতালত উত্তেজনা ৷

বদৰপুৰত উত্তেজনা: চিকিৎসকৰ হেমাহিত নৱজাতকৰ মৃত্যু
author img

By

Published : Sep 13, 2019, 7:21 PM IST

বদৰপুৰ, 13 ছেপ্তেম্বৰ:

  • বদৰপুৰৰ শ্ৰী গৌৰি হাস্পতালত চিকিৎসকৰ গাফিলতিত নৱজাতকৰ মৃত্যুৰ অভিযোগ
  • বৃহস্পতিবাৰে মাজ নিশা ৰাহেনা বেগম নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত
  • নিশা দায়িত্বত থকা ডাক্তৰ ৰুপাঞ্জন দাস অকতৃত্বশীল ভাৱে অনুপস্থিত কৰ্তব্যত
  • ডাক্তৰ বিচাৰি হাবাথুৰি খাই চিকিৎসালয়ৰ বাথৰুমত জন্ম দিলে নৱজাতক
  • অপৰিস্কাৰ পৰিৱেশত জন্ম হৈ থিতাতে মৃত্যু সাৱটিলে নৱজাতকে
  • ঘটনাটো ৰাষ্ট্ৰ হোৱাত চিকিৎসালয়ত সৃষ্টি হয় উত্তেজনাৰ
  • সংকটজনক অৱস্থাত মহিলাগৰাকীক শিলচৰলৈ প্ৰেৰণ
  • অভিযুক্ত চিকিৎসকক গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ

Intro:চিকিত্সকৰ হেমাহিৰ ভাৱে শ্ৰীগৌৰি হাসপাতালত নবজাতকৰ মৃত্যু । চাঞ্চ্যল্যBody:বদৰপুৰ: - শ্ৰীগৌৰি হাসপাতালৰ চিকিত্সকৰ হেমাহিৰ ভাৱে এটা নবজাতকৰ মৃত্যুক লৈ উত্তেজনা । বদৰপুৰ বিধানসভা এলাকাৰ এটা মাত্ৰ তিৰিশ খন বিছনা যুক্ত হাসপাতালত হৈছে শ্ৰীগৌৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। যতে নাই এজন গায়ীনি ডাক্তৰ নাই এজন এম বি ভি এচ ডাক্তৰ ।এনেদৰে চলিয়াছে হাসপাতালখন । জানিব পৰা গৈছে বৃহস্পতিবাৰ শেষ ৰাতি লামাৰ খলা গাওঁৰ ৰাহেনা বেগম নামৰ প্ৰসবকালীন বেদনাৰ ভাৱে আত্মীয় শ্ৰীগৌৰি হাসপাতালত লৈআহিছিল । তেতিয়া কোন ডাক্তৰ পোয়া নাই হাসপাতালত । হাসপাতালত দায়িত্বত থকা ডাক্তৰ ৰুপাঞ্জন দাস অন ডিউটি হ'লে ও কবাত ফুই আছিল । তেওঁক না পাই কোয়াটাৰত থকা ইনচাৰ্জ ক জনালে ৰোগীৰ আত্মীয় । ইনচাৰ্জ উৎফল মাহাতি কৈছিল হাসপাতালত ভৰ্তি কৰাৰ ভাৱে আৰু তেওঁ পোয়া নটা বজাত আহিৱ । উপায়হীন হৈ আকৌ হাসপাতালত আনিলে আৰু পশ্ৰাবৰ বাবে হাসপাতালৰ বাথৰুম গৈছিল ৰাহেনা আৰু বাথৰুমতে নবজাতকৰ জন্ম হৈ গল । আৰু অপৰিষ্কাৰ পৰিৱেশ জন্ম হৈ বাথৰুমতে মৰিল জবজাতক টো। শুৰু হয় উত্তেজনাৰ ।তেতিয়া চিকিত্সক সকলয়ে উপস্থিত হৈ শিশুৰ মাতৃক ভৰ্তি কৰিলে হাসপাতালত । মাতৃৰ অবস্থা আশঙ্কাজনক দেখি শিলচৰ পঠিয়ালে চিকিৎসকে। এফালে ই টিভি আগতে ৰোগীৰ আত্মীয় অভিযোগ কৰিলে ডাক্তৰৰ হেমাহিৰ ভাৱে আজি কণমানি টো মৰিব লগিয়া হৈছে । তেওঁ এইবুৰ চিকিত্সকৰ শাস্তিৰ দাৱী জনাই কয়-''''-----'--

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:এইবুৰ চিকিত্সকৰ বিৰোদ্দে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে?
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.