ETV Bharat / state

জাৱৰৰ দমৰ মাজত কি কৰিছে দক্ষিণ কৰিমগঞ্জৰ বিধায়কে !

দক্ষিণ কৰিমগঞ্জৰ এআইইউডিএফৰ বিধায়ক আজিজ আহমেদ খানে শনিবাৰে নিজে হাতে-কামে লাগি জাবৰ নিষ্কাষণ কৰে ৷ বিধায়কজনৰ এই প্ৰচেষ্টাত সহযোগিতা কৰে বিজেপি মহিলা নেত্ৰী শিপ্ৰা গুনে ৷

author img

By

Published : Jun 8, 2019, 6:24 PM IST

দক্ষিণ কৰিমগঞ্জৰ বিধায়ক

কৰিমগঞ্জ, 8 জুন: কৰিমগঞ্জ জিলাৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ নিলামবজাৰত অস্বাস্থ্যকৰ পৰিৱেশ ৷ নিলামবজাৰ স্বাস্থ্য কেন্দ্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দীৰ্ঘদিন পৰা পৰি থকা জাৱৰৰ দমৰ দুৰ্গন্ধময়ৰ বাবে অস্বস্তি পেলাইছে পথচাৰীক ৷ একাংশ ব্যৱসায়ীয়ে বজাৰৰ শেষত ৰৈ যোৱা জাবৰ সমূহ পেলোৱাৰ ফলত একপ্ৰকাৰৰ জাৱৰৰ পাহাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে ৷ যাৰ বাবে দীৰ্ঘদিন ধৰি জাৱৰৰ পৰা ওলোৱা গোন্ধে সমগ্ৰ অঞ্চলত অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ অঞ্চলবাসীয়ে জাবৰৰ দমটো উক্ত স্থানৰ পৰা স্থন্তান্তৰ কৰিবৰ বাবে পৌৰনিগম তথা প্ৰশাসনক অৱগত কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে ৷ যাৰ বাবে দক্ষিণ কৰিমগঞ্জৰ এআইইউডিএফৰ বিধায়ক আজিজ আহমেদ খানে শনিবাৰে নিজে হাতে-কামে লাগি জাৱৰ নিষ্কাষণ কৰে ৷ বিধায়কজনৰ এই প্ৰচেষ্টাত সহযোগিতা কৰে বিজেপি মহিলা নেত্ৰী শিপ্ৰা গুনে ৷ আনহাতে, বিষয় সন্দৰ্ভত বিধায়ক আজিজ আহমেদ খানে কয়,"আমাৰ মাজত সচেতনতাৰ অভাৱ ৷ যাৰ বাবে এনে অভাৱনীয় পৰিস্থিতিৰ সূচনা হ'বলৈ পায় ৷" তাৰোপৰি বিজেপি নেত্ৰী শিপ্ৰা গুনে বিধায়ক আজিজ আহমেদ খানৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়, প্ৰশাসনে যদি য'তে ত'তে জাবৰ পেলোৱা সকলক জৰিমনা প্ৰদান কৰাৰ ব্যবস্থা গ্ৰহণ কৰে তেন্তে কোনেও য'তে ত'তে জাৱৰ পেলাই পৰিবেশ বিনষ্ট নকৰিলে হেঁতেন ৷

Intro:SLUG : SAFAI KORMI ROOPOT BIDHAYAK. 

Amirul Alom siddiquey South karimganj
কৰিমগঞ্জ জিলাৰ অন্যতম ব্যবসায়ীক প্ৰান কেন্দ্ৰ হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলামবজাৰ । কিন্তু  নিলামবজাৰ স্বাস্থ্য কেন্দ্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত দীৰ্ঘদিনৰ পৰা জাবৰৰ দুমে অস্বস্তিত পেলাইছিল সাধাৰন পথচাৰীকে ধৰি হস্পিটালত অহা ৰোগী সকলক । দীৰ্ঘদিনৰ পৰাই এলেকাটোত সৃষ্টি হৈছিল  দুৰ্গন্ধময় পৰিবেশৰ । একাংশই বজাৰৰ পৰা জাবৰ আনি পেলাই একপ্ৰকাৰ জাবৰৰ এক পাহাৰ সৃষ্টি কৰিছিল । দীৰ্ঘ দিন ধৰি ৰাইজে ইয়াৰ পৰা জাবৰৰ দুম আতৰাবৰ কাৰনে বাৰে বাৰে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছিল । কিন্তু প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ কোনো প্ৰভাৱ যেন নিলামবজাৰত পৰিলক্ষিত হোৱা নাছিল । অবশেষত জাবৰ ছপা কৰাৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে দক্ষিণ কৰিমগঞ্জৰ এআইইউডিএফ দলৰ বিধায়ক আজিজ আহমেদ খানে । নিজে পোৱাৰে পৰাই হাতেকামে লাগি জাবৰ ছপা কৰিব ধৰিলে । নিজা প্ৰচেষ্টাৰে জেচিবি আৰু ট্ৰাক অনাই ব্যস্ততম এলেকাৰ পৰা জাবৰ আঁতৰাবৰ উদ্যোগ গ্ৰহণ কৰিলে । আৰু তেওঁক সহযোগিতা কৰিলে বিজেপিৰ মহিলা নেত্ৰী শিপ্ৰা গুনে । বিষয়টো সন্দৰ্ভত বিধায়ক আজিজ আহমেদ খানে কয় আমাৰ মাজত সচেতনতাৰ অভাৱ আছে । যাৰ ফলত এনে অভাবনীয় পৰিস্থিতিৰ সূচনা হ'বলৈ পালে । আনহাতে বিজেপি নেত্ৰী শিপ্ৰা গুনে বিধায়ক আজিজ আহমেদ খানৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়, প্ৰশাসনে যদি য'তে ত'তে জাবৰ পেলোৱা সকলক জৰিমনা প্ৰদান কৰাৰ ব্যবস্থা গ্ৰহন কৰে তেন্তে কোনেও য'তে ত'তে জাবৰ পেলাই পৰিবেশ বিনষ্ট নকৰিলে হেঁতেন ।

Byte: MLA & Shipra Goon.Body:SLUG : SAFAI KORMI ROOPOT BIDHAYAK. 

Byte: MLA & Shipra Goon.Conclusion:SLUG : SAFAI KORMI ROOPOT BIDHAYAK. 

Byte: MLA & Shipra Goon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.