ETV Bharat / state

কৰিমগঞ্জত ছিঙা মথাউৰি নিৰ্মাণত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ!! - etv bharat assam

"কৰিমগঞ্জৰ বদৰপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ এলেকাত ছমাহ আগতে কুশিয়াৰা নৈৰ ছিঙা মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে এক কোটি সত্তৰ লাখ টকা লাভ কৰে ৷ কিন্তু আজিলৈকে আৰম্ভ ন'হল মথাউৰি নিৰ্মাণৰ কাম ৷ ৰাইজৰ অভিযোগ প্ৰতি বছৰে ভঙা মথাউৰীৰ বাবেই নৈৰ বুকুত উটি যায় স্থানীয় বাসিন্দাৰ বহু সা-সম্পত্তি"

কৰিমগঞ্জত ছিঙা মথাউৰি নিৰ্মাণত কোটি টকীয়া কেলেংকাৰী
author img

By

Published : Jun 17, 2019, 6:01 PM IST

কৰিমগঞ্জ,17 জুন: কৰিমগঞ্জত ছিঙা মথাউৰি নিৰ্মাণৰ নামত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ ৷ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগত এই বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কৰিমগঞ্জৰ বদৰপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ এলেকাত ছমাহ আগতে কুশিয়াৰা নৈৰ ছিঙা মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে এক কোটি সত্তৰ লাখ টকা লাভ কৰে ৷ কিন্তু আজিলৈকে আৰম্ভ ন'হল মথাউৰি নিৰ্মাণৰ কাম ৷ ৰাইজৰ অভিযোগ প্ৰতি বছৰে ভঙা মথাউৰীৰ বাবেই নৈৰ বুকুত উটি যায় স্থানীয় বাসিন্দাৰ সা-সম্পত্তি ৷

কৰিমগঞ্জত ছিঙা মথাউৰি নিৰ্মাণত কোটি টকীয়া কেলেংকাৰী

আনহাতে,বিগত কিছুদিন ধৰি অহা প্ৰৱল বৰষুণে নিদ্ৰা হৰণ কৰিছে স্থানীয় বাসিন্দাৰ ৷ বৰষুণৰ বাবে পুনৰ খহনীয়া হোৱাৰ আশংকাত ঘৰ-দুৱাৰ এৰি অন্য ঠাইত বসবাস কৰিছে একাংশ লোকে ৷ তাৰোপৰি মথাউৰি নিৰ্মাণৰ কথা বিভাগীয় ঠিকাদাৰ তথা অভিযন্তাক অনুৰোধ কৰিলে স্থানীয় ৰাইজক ধমকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷

Intro:Slug.mothawri nirmanot durniti.

এইবাৰ লাখ টকীয়া নহয় শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰৰ কাৰ্যকালত ছিঙা মথাউৰী নিৰ্মাণৰ নামত কোটি টকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে।জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগত সংগঠিত হৈছে এই বেয়াগম কেলেংকাৰী বুলি অভিযোগ কৰিছে ৰাইজে।ঘটনা কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ এলেকাত।অভিযোগ অনুসৰি ছমাহ আগতে ভাৰত ৱাংলা সীমান্ত কৃষ্ণপুৰ এলাকাত কুশিয়াৰা নৈৰ ছিঙা মথাউৰি নিৰ্মাণৰবাবে এক কোটি সত্তৰ লাখ টকা ৱৰাদ্ব হৈছিল কিন্তু আজি লৈকে কাম হোৱা নাই ।ৰাইজৰ অভিযোগ প্ৰতি বছৰে বানপানীয়ে এটা দুটা ঘৰ নৈৰ বুকুত খৈ যায় । ৱানপানিৰ সময়ত ৱিভাগীয় কৰ্মচাৰী আহি ভেকুভাওনা দি যায় কিন্তু কোনে কাম নহয় এইৱাৰ মোটা অংকৰ ধন আৱণ্টন কৰি সিটু আত্মসাত বাবে জলসম্পদ ৱিভাগ লাগি পৰিছে । এই ৱৰষুণৰ সময়ত নৈ পাৰ ৱাসী হেজাৰ হেজাৰ লোকেৰ নিদ্ৰা হৰণ কৰিছে ।কিছুমান মানুহ ঘৰ দোয়াৰ এড়ি ৱেলেক ঠাইত বসবাস কৰিছে । কামৰ ভাৱে ৱিভাগৰ ঠিকাদাৰ ইঞ্জিনিয়াৰ ক কলে ধমকী দিয়ে ৱেশী কথা পাতিলে ৱেলেক ঠাইত কাম টু লৈ যাব ।এনেদৰেই কৰিমগঞ্জৰ ছিঙা মথাউৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি চলিয়াছে । এই দুৰ্ণিতিৰ দৃশ্য দেখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তদন্ত কৰি কি ৱ্যৱস্হা লৱ সিটু সময়ত জনা যাৱ ।Body:Slug.mothawri nirmanot durniti.

এইবাৰ লাখ টকীয়া নহয় শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰৰ কাৰ্যকালত ছিঙা মথাউৰী নিৰ্মাণৰ নামত কোটি টকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে।জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগত সংগঠিত হৈছে এই বেয়াগম কেলেংকাৰী বুলি অভিযোগ কৰিছে ৰাইজে।ঘটনা কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ এলেকাত।অভিযোগ অনুসৰি ছমাহ আগতে ভাৰত ৱাংলা সীমান্ত কৃষ্ণপুৰ এলাকাত কুশিয়াৰা নৈৰ ছিঙা মথাউৰি নিৰ্মাণৰবাবে এক কোটি সত্তৰ লাখ টকা ৱৰাদ্ব হৈছিল কিন্তু আজি লৈকে কাম হোৱা নাই ।ৰাইজৰ অভিযোগ প্ৰতি বছৰে বানপানীয়ে এটা দুটা ঘৰ নৈৰ বুকুত খৈ যায় । ৱানপানিৰ সময়ত ৱিভাগীয় কৰ্মচাৰী আহি ভেকুভাওনা দি যায় কিন্তু কোনে কাম নহয় এইৱাৰ মোটা অংকৰ ধন আৱণ্টন কৰি সিটু আত্মসাত বাবে জলসম্পদ ৱিভাগ লাগি পৰিছে । এই ৱৰষুণৰ সময়ত নৈ পাৰ ৱাসী হেজাৰ হেজাৰ লোকেৰ নিদ্ৰা হৰণ কৰিছে ।কিছুমান মানুহ ঘৰ দোয়াৰ এড়ি ৱেলেক ঠাইত বসবাস কৰিছে । কামৰ ভাৱে ৱিভাগৰ ঠিকাদাৰ ইঞ্জিনিয়াৰ ক কলে ধমকী দিয়ে ৱেশী কথা পাতিলে ৱেলেক ঠাইত কাম টু লৈ যাব ।এনেদৰেই কৰিমগঞ্জৰ ছিঙা মথাউৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি চলিয়াছে । এই দুৰ্ণিতিৰ দৃশ্য দেখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তদন্ত কৰি কি ৱ্যৱস্হা লৱ সিটু সময়ত জনা যাৱ ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.