ETV Bharat / state

কৰিমগঞ্জত প্ৰশাসনৰ ভূমি দখল

দক্ষিণ কৰিমগঞ্জত বাইপাছ ৰোড নিৰ্মাণৰ বাবে প্ৰশাসনে দখল কৰিছে কেইবাবিঘা মাটি ৷ কিন্তু এই ভূমি অধিগ্ৰহণৰ পূৰ্বে কোনোধৰণৰ পূৰ্বেৎ জাননী প্ৰদান কৰা হোৱা নাছিল স্বত্বাধিকাৰীসকলক ৷ যাৰ ফলত একপ্ৰকাৰৰ ক্ষোভত জাঙোৰ খাই উঠিছে মাটিৰ মালিকসকল ৷

কৰিমগঞ্জত প্ৰশাসনৰ ভূমি দখল
author img

By

Published : Nov 23, 2019, 8:55 PM IST

কৰিমগঞ্জ, 23 নৱেম্বৰঃ ভূ-মাফিয়াই মাটি দখলৰ বাবে ত্ৰাস সৃষ্টি কৰা দৃশ্য সকলোৰে পৰিচিত ৷ কিন্তু এইবাৰ ভূমি দখল প্ৰশাসনৰ ৷ কৰিমগঞ্জত জাননী বিহীনভাৱে ভূমি দখল কৰিলে প্ৰশাসনে ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কোনাগ্ৰাম এলেকাত পথাৰেৰে সংযুক্ত কৰা হ’ব পাথাৰকান্দি বাইপাছ ৷ যাৰ বাৰে বৃহৎ পৰিমাণৰ ভূমিৰ প্ৰয়োজন প্ৰশাসনক ৷ উক্ত বাইপাছ ৰোড নিৰ্মাণৰ বাবে প্ৰশাসনে দখল কৰে কেইবা বিঘা মাটি ৷ কিন্তু এই ভূমি অধিগ্ৰহণৰ পূৰ্বে কোনোধৰণৰ আগতীয়া জাননী প্ৰদান কৰা হোৱা নাছিল মাটিৰ গৰাকীসকলক ৷ যাৰ ফলত একপ্ৰকাৰৰ ক্ষোভত জাঙোৰ খাই উঠিছে মাটিৰ মালিকসকল ৷

কোনাগ্ৰাম এলেকাত পথাৰেৰে সংযুক্ত কৰা হ’ব পাথাৰকান্দি বাইপাছ

উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে এই অঞ্চল পৰিদৰ্শন কৰি দুটাকৈ পৰিয়ালক নগদ সাহায্য প্ৰদান কৰে ৷ লগতে তেখেতে কয় যে,উন্নয়নৰ স্বাৰ্থত পথ নিৰ্মা়ণ কৰাত কোনো আপত্তি নাই কিন্তু প্ৰশাসনে কোনো আগতীয়া জাননী অবিহনে ভূমি দখল কৰাটো অনুচিত ৷ ইয়াৰ বাবদ মাটিৰ মালিক সকলে ন্যায্য মূল্য লাভ কৰিব লাগে ৷

Intro:Body:ভূ মাফিয়াৰ ত্ৰাস সৃষ্ঠি কৰাৰ বহুত দৃশ্য দেখিছে , মাটি দখলৰ বাবে চৰকাৰে ত্ৰাস সৃষ্ঠি কৰাৰ দৃশ্য কেতিয়াবা দেখিছে নেকি ? যদি দেখা নাই তেন্তে চাওক এই প্ৰতিবেদন ,,,,,,,,,,,।
এইখন হৈছে কৰিমগঞ্জ জিলাৰ দক্ষিন কৰিমগঞ্জ সমষ্ঠিৰ কোনাগ্ৰাম এলাকা । সেই পথাৰেদি সংযুক্ত হব পাথাৰকান্দি বাইপাছ । ফলতে মাটি লাগে প্ৰশাসনৰ । বাইপাছ ৰোড বনোৱাৰ বাবে কেইবা বিঘা মাটি দখল কৰিলে প্ৰশাসনে । জেচিবি লগাই গছ গছনি ভাঙি পেলালে ,,,,,,,,,,,,,,,,,, কৃষকৰ কষ্ঠৰে লগোৱা ধাননী পথাৰ নষ্ঠ কৰি পেলালে প্ৰশাসনে ,,,,,,,,,,,,,,,। কৱ গলে একেবাৰে প্ৰশাসনিক সন্ত্ৰাস । জিলা প্ৰশাসনৰ বাহিৰত আন কোনে কৰিলে ডাঙৰ সমষ্যা হলে হয় ।
মাটিৰ গৰাকীৰ মতে বাইপাছ বনোৱাৰ ক্ষেত্ৰত মাটি দিয়াত কোন আপত্তি নাই তেখেত সকলৰ । কিন্তু জমিৰ মালিকক জমি অধিগ্ৰহনৰ বাবে জাননি দিব লাগিছিল । কিমান মাটি , কিমান টকা পাব এয়া জনাব লাগিছিল । কিন্তু একৌ নজনাকৈ জোৰ কৰি প্ৰশাসনে মাটি দখল কৰাটো উচিত নহয় ।
গছ গছনিৰ লগতে কেইবাটাও ঘৰ ভঙা হৈছে । ইয়াৰ কিছু লোক আন ঘৰৰ চোতালত থাকিব লগা হৈছে ।
প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদ এলাকা পৰিদৰ্শন কৰি দুটা পৰিয়ালৰ হাতত নগদ সাহায্য দিয়ে । লগতে কয় ,,,,,,,,,,,,,,,,,, উন্নয়নৰ স্বাৰ্থত পথ বনোৱাত কোন আপত্তি নাই । কিন্ত মাটিৰ মালিকে নায্য টকা পাব লাগে । জমি অধিগ্ৰহনৰ নোটিছ নিদিয়াকৈ জোৰ কৰি জমি দখল কৰাটো প্ৰশাসনৰ ঠিক হুৱা নাই বুলি উল্লেখ কৰে ।
Amirul Alom siddiquey South karimganj Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.