বদৰপুৰ, 24 জুন: উত্তৰ পূৰ্বাঞ্চলৰ ৰামকৃষ্ণ বিবেকান্দ সেৱা প্ৰচাৰ সমিতিৰ ষান্মাসিক সভা অনুষ্ঠিত হয় বদৰপুৰ ৰামকৃষ্ণ সেৱাশ্ৰমত ৷ দেওবাৰে অনুষ্ঠিত ষান্মাসিক সভাত সেৱাশ্ৰমৰ উন্নয়নৰ বাবে এক লাখ টকাৰ বৰঙণি আগবঢ়াই বদৰপুৰৰ প্ৰাক্তন শিক্ষয়ত্ৰী ছায়া ৰাণীয়ে ৷ উল্লেখ্য যে, দেওবাৰৰ অনুষ্ঠানত প্ৰাক্তন শিক্ষয়ত্ৰী ছায়া ৰাণীৰ প্ৰয়াত স্বামীৰ স্মৃতিত প্ৰদান কৰে এই বৰঙণি ৷ অনুষ্ঠানটোত উপস্থিত থাকে অৰুণাচল ৰামকৃষ্ণ সেৱাশ্ৰমৰ অচুতেষানন্দ জী আৰু শিলচৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ শগণতন্দ জী ৷
বদৰপুৰ ৰামকৃষ্ণ সেৱাশ্ৰমত উত্তৰ-পূৰ্বাঞ্চলৰ ৰামকৃষ্ণ বিবেকান্দ সেৱা প্ৰচাৰ সমিতিৰ ষান্মাসিক সভা - ৰামকৃষ্ণ সেৱাশ্ৰম
দেওবাৰে অনুষ্ঠিত ষান্মাসিক সভাত সেৱাশ্ৰমৰ উন্নয়নৰ বাবে এক লাখ টকাৰ বৰঙণি আগবঢ়াই বদৰপুৰৰ প্ৰাক্তন শিক্ষয়ত্ৰী ছায়া ৰাণীয়ে ৷
বদৰপুৰ ৰামকৃষ্ণ সেৱাশ্ৰমত উত্তৰ-পূৰ্বাঞ্চলৰ ৰামকৃষ্ণ বিবেকান্দ সেৱা প্ৰচাৰ সমিতিৰ ষান্মাসিক সভা
বদৰপুৰ, 24 জুন: উত্তৰ পূৰ্বাঞ্চলৰ ৰামকৃষ্ণ বিবেকান্দ সেৱা প্ৰচাৰ সমিতিৰ ষান্মাসিক সভা অনুষ্ঠিত হয় বদৰপুৰ ৰামকৃষ্ণ সেৱাশ্ৰমত ৷ দেওবাৰে অনুষ্ঠিত ষান্মাসিক সভাত সেৱাশ্ৰমৰ উন্নয়নৰ বাবে এক লাখ টকাৰ বৰঙণি আগবঢ়াই বদৰপুৰৰ প্ৰাক্তন শিক্ষয়ত্ৰী ছায়া ৰাণীয়ে ৷ উল্লেখ্য যে, দেওবাৰৰ অনুষ্ঠানত প্ৰাক্তন শিক্ষয়ত্ৰী ছায়া ৰাণীৰ প্ৰয়াত স্বামীৰ স্মৃতিত প্ৰদান কৰে এই বৰঙণি ৷ অনুষ্ঠানটোত উপস্থিত থাকে অৰুণাচল ৰামকৃষ্ণ সেৱাশ্ৰমৰ অচুতেষানন্দ জী আৰু শিলচৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ শগণতন্দ জী ৷
Intro:উত্তরপূর্বাঞ্চলৰ ৰামকৃষ্ণ বিবেকান্দ সেবা প্ৰচাৰ সমিতি ষান্মাসিক সভা অনুষ্ঠিত হল ৱদৰপুৰ ৰামকৃষ্ণ সেবাশ্ৰমত । সেবাশ্ৰমৰ উন্নয়নৰ বাবে ৱদৰপুৰৰ প্ৰাক্তন শিক্ষিকা ছায়া ৰাণী এক লক্ষ্ টকা দান কৰিলে ।Body:ৱদৰপুৰ: - উত্তরপূর্বাঞ্চলৰ ৰামকৃষ্ণ বিবেকান্দ সেবা প্ৰচাৰ সমিতি ষান্মাসিক সভা অনুষ্ঠিত হল ৱদৰপুৰ ৰামকৃষ্ণ সেবাশ্ৰমত । সেবাশ্ৰমৰ উন্নয়নৰ বাবে ৱদৰপুৰৰ প্ৰাক্তন শিক্ষিকা ছায়া ৰাণী এক লক্ষ্ টকা দান কৰিলে ।উল্লেখ্য আজিৰ অনুষ্ঠানত ছায়া ৰাণী তাৰ প্ৰয়াত সামীৰ স্মৃতি ৰক্ষাৰ বাবে এই টকা দান কৰিলে । আজিৰ অনুষ্ঠানৰ উপস্থিত আছিল অৰুণাচল ৰামকৃষ্ণ সেবাশ্ৰমৰ অচুতেষানন্দ জি । শিশিলচৰ শগণতন্দ জি প্ৰমুখ ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে