ETV Bharat / state

মেদল বিলত সমূহীয়া মৎস চিকাৰ

কৰিমগঞ্জৰ মেদল বিলত সমূহীয়া মৎস চিকাৰ ৷ বৃহস্পতিবাৰে উখল-মাখল হৈ পৰে মেদল বিলৰ পাৰ ৷

fishing at Medal bill Badarpur karimganj assam etv bharat news
মেদল বিল
author img

By

Published : Nov 26, 2020, 6:56 PM IST

কৰিমগঞ্জ,26 নৱেম্বৰ: কৰিমগঞ্জৰ বদৰপুৰত বৃহস্পতিবাৰৰ দিনটোত ৰাইজৰ মাজত দেখা গ’ল এক উৎসাহজনক পৰিৱেশ ৷ কুঁৱলীৰ চেঁচা পৰশকো নেওচি পুৱাৰ ভাগত শতাধিক লোক ওলাই আহে মেদল বিল অভিমুখে ৷ উদ্দেশ্য এটাই- মাছ ধৰা ৷ পৰম্পৰা অনুসৰি প্ৰতি বছৰে আঘোণ-পুহ মাহত এই বিলত মাছ ধৰিবলৈ আহে বৰাকৰ ভিন্ন অঞ্চলৰ লোক ৷ কৰিমগঞ্জৰ উপৰিও আন বিভিন্ন অঞ্চলৰ লোকে একমাত্ৰ মাছ ধৰাৰ উদ্দেশ্যে মেদল বিললৈ আহে ৷ লোকসকলৰ আনন্দ-উল্লাসেৰে মুখৰিত হৈ পৰে বিলখনৰ চৌপাশ ৷

সমূহীয়া মৎস চিকাৰ

লগতে চাওকঃ ধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.