ETV Bharat / state

কৰিমগঞ্জৰ শ্ৰীগৌৰত আটক ড্ৰাগছ ব্যৱসায়ী - কৰিমগঞ্জ

কৰিমগঞ্জৰ শ্ৰীগৌৰত ৰাইজৰ তৎপৰতাত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট । 8,400 টেবলেট সহ ৰাইজে আটক কৰে দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক ।

Drug seized at Karimganj's Shrigour
কৰিমগঞ্জৰ শ্ৰীগৌৰত আটক ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : May 20, 2020, 1:07 PM IST

কৰিমগঞ্জ,20 মেঃ কৰিমগঞ্জৰ শ্ৰীগৌৰত ৰাইজৰ তৎপৰতাত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট । 8,400 টেবলেট সহ ৰাইজে আটক কৰে দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক । ধৃত ব্যৱসায়ী দুজনৰ নাম মনছুৰ মহম্মদ আৰু ফাৰুক আহমেদ । দুয়োৰে ঘৰ কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ লাঠিমাৰা গাঁৱত ।

কৰিমগঞ্জৰ শ্ৰীগৌৰত আটক ড্ৰাগছ ব্যৱসায়ী

উল্লেখ্য যে, মঙলবাৰে নিশা দুয়ো ব্যৱসায়ীয়ে কাছাৰৰ পৰা টেবলেটখিনি লৈ কৰিমগঞ্জৰ শ্ৰীগৌৰত উপস্থিত হয় । ৰাইজে তেওঁলোকৰ গতিবিধি লক্ষ্য কৰি সোধপোছ কৰাত তেওঁলোকে স্বীকাৰ কৰে এই তথ্য । তেওঁলোকৰ পৰা ৰাইজে প্ৰায় আঢ়ৈ লাখ টকাৰ ৮,৪০০ নিচাজাতীয় RW টেবলেট জব্দ কৰে । পৰৱৰ্তী সময়ত ৰাইজে দুয়োকে বদৰপুৰ আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক- ৰাজ্যত পুনৰ সলনি চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়সীমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.