ETV Bharat / state

কৰিমগঞ্জৰ চেৰাগীত আটক ড্ৰাগছ সৰবৰাহকাৰী

স্থানীয় ৰাইজৰ অভিযানত আটক সৰবৰাহকাৰীকেইটা ৷ নকল টকাৰে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে-লোটে ধৰা পৰে আপ্তাব উদ্দিন আৰু হাছন আহমেদ নামৰ দুই যুৱক ৷ আটকাধীন দুই যুৱকৰ পৰা উদ্ধাৰ 100 খন নকল পাঁচশ টকীয়া নোট আৰু আৰু প্ৰিণ্ট নকৰা চাৰি বান্দিল বগা কাগজ

author img

By

Published : Jun 10, 2019, 9:48 PM IST

কৰিমগঞ্জৰ চেৰাগীত আটক ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জ, 10 জুনঃ কৰিমগঞ্জৰ চেৰাগী বজাৰত থকা লাইন হোটেলৰ সম্মুখত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ স্থানীয় ৰাইজৰ অভিযানত আটক সৰবৰাহকাৰীকেইটা ৷ নকল টকাৰে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে-লোটে ধৰা পৰে আপ্তাব উদ্দিন আৰু হাছন আহমেদ নামৰ দুই যুৱক ৷ আটকাধীন দুই যুৱকৰ পৰা উদ্ধাৰ 100 খন নকল পাঁচশ টকীয়া নোট আৰু আৰু প্ৰিণ্ট নকৰা চাৰি বান্দিল বগা কাগজ ৷ আনহাতে, ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা যুৱক কেইজন পলাই যাবলৈ সক্ষম যদিও পেলাই থৈ যায় পালচাৰ বাইকখন ৷ আটক কৰা যুৱক দুজনক উত্তেজিত ৰাইজে উত্তম মাধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷

Intro:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
SLUG : DRUGS PADDLERS CAUGHT.

কৰিমগঞ্জ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ দিনতকে দিন বৃদ্ধি পাইছে ড্ৰাগছ সেৱন তথা সৰবৰাহ কাৰীৰ সংখ্যা । আজি কৰিমগঞ্জৰ চেৰাগী বজাৰত থকা লাইন হোটেলৰ সম্মুখত ৰাইজৰ অভিযানত নকল টকাৰ সৈতে  আটক হল তিন গৰাকী ড্ৰাগছ সৰবৰাহ কাৰী । নকল টকাৰে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে লোটে আটক হল  আপ্তাব উদ্দিন আৰু হাছন আহমেদ নামৰ দুই যুৱক । দোৱোৰে  পৰা উদ্ধাৰ হৈছে এশটা নকল পাঁচশ টকীয়া  নোট আৰু প্ৰিন্ট নকৰা চাৰি বান্দিল বগা কাগজ । ড্ৰাগছ বিক্ৰি কৰিবলৈ অহা যুৱক কেইজন পলাই যাবলৈ সক্ষম  যদিও দুবৃত্তই পেলাই থৈ গৈছিল এখন পালচাৰ বাইক ।  ৰাইজে ড্ৰাগছ ব্যবসায়ীৰ পৰা নম্বৰ বিহীন মটৰ চাইকেল আটক কৰিবলৈ সক্ষম হৈছে। উত্তেজিত ৰাইজে উত্তম মধ্যম শোধাই অবশেষত আৰক্ষীৰ হাতত গতাই দিয়ে দুই যুৱকক ।

Byte : local public and police Body:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
SLUG : DRUGS PADDLERS CAUGHT.

কৰিমগঞ্জ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ দিনতকে দিন বৃদ্ধি পাইছে ড্ৰাগছ সেৱন তথা সৰবৰাহ কাৰীৰ সংখ্যা । আজি কৰিমগঞ্জৰ চেৰাগী বজাৰত থকা লাইন হোটেলৰ সম্মুখত ৰাইজৰ অভিযানত নকল টকাৰ সৈতে  আটক হল তিন গৰাকী ড্ৰাগছ সৰবৰাহ কাৰী । নকল টকাৰে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে লোটে আটক হল  আপ্তাব উদ্দিন আৰু হাছন আহমেদ নামৰ দুই যুৱক । দোৱোৰে  পৰা উদ্ধাৰ হৈছে এশটা নকল পাঁচশ টকীয়া  নোট আৰু প্ৰিন্ট নকৰা চাৰি বান্দিল বগা কাগজ । ড্ৰাগছ বিক্ৰি কৰিবলৈ অহা যুৱক কেইজন পলাই যাবলৈ সক্ষম  যদিও দুবৃত্তই পেলাই থৈ গৈছিল এখন পালচাৰ বাইক ।  ৰাইজে ড্ৰাগছ ব্যবসায়ীৰ পৰা নম্বৰ বিহীন মটৰ চাইকেল আটক কৰিবলৈ সক্ষম হৈছে। উত্তেজিত ৰাইজে উত্তম মধ্যম শোধাই অবশেষত আৰক্ষীৰ হাতত গতাই দিয়ে দুই যুৱকক ।

Byte : local public and police Conclusion:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
SLUG : DRUGS PADDLERS CAUGHT.

কৰিমগঞ্জ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ দিনতকে দিন বৃদ্ধি পাইছে ড্ৰাগছ সেৱন তথা সৰবৰাহ কাৰীৰ সংখ্যা । আজি কৰিমগঞ্জৰ চেৰাগী বজাৰত থকা লাইন হোটেলৰ সম্মুখত ৰাইজৰ অভিযানত নকল টকাৰ সৈতে  আটক হল তিন গৰাকী ড্ৰাগছ সৰবৰাহ কাৰী । নকল টকাৰে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে লোটে আটক হল  আপ্তাব উদ্দিন আৰু হাছন আহমেদ নামৰ দুই যুৱক । দোৱোৰে  পৰা উদ্ধাৰ হৈছে এশটা নকল পাঁচশ টকীয়া  নোট আৰু প্ৰিন্ট নকৰা চাৰি বান্দিল বগা কাগজ । ড্ৰাগছ বিক্ৰি কৰিবলৈ অহা যুৱক কেইজন পলাই যাবলৈ সক্ষম  যদিও দুবৃত্তই পেলাই থৈ গৈছিল এখন পালচাৰ বাইক ।  ৰাইজে ড্ৰাগছ ব্যবসায়ীৰ পৰা নম্বৰ বিহীন মটৰ চাইকেল আটক কৰিবলৈ সক্ষম হৈছে। উত্তেজিত ৰাইজে উত্তম মধ্যম শোধাই অবশেষত আৰক্ষীৰ হাতত গতাই দিয়ে দুই যুৱকক ।

Byte : local public and police 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.