ETV Bharat / state

শ্ৰমিকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে

নিৰ্বাচনী জনসভাৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটাৰৰ মন জয় কৰাত ব্যস্ত প্ৰাৰ্থীসকল ৷ ব্যতিক্ৰমী নহয় কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসো

শ্ৰমিকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে
author img

By

Published : Apr 4, 2019, 12:09 PM IST

কৰিমগঞ্জ,04 এপ্ৰিলঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰৰ কাষ চাপিছে বিভিন্ন দলৰ প্ৰাৰ্থীসকল৷ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰেবিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসো ৷

শ্ৰমিকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে

বাগিছাৰ ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰেকংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে কৰিমগঞ্জৰ ছলগই বাগিছাৰ শ্ৰমিকৰ ঘৰে ঘৰে গৈ ভোট বিচাৰে৷ এয়াই নহয় আনকি শ্ৰমিকসকলৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে প্ৰাৰ্থী স্বৰূপ দাসে।

Slug : Congress Candidate campaign.

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ভোটাৰৰ কাখ চাপিছে বিভিন্ন দলৰ প্ৰাৰ্থী সকলে । নিৰ্বাচনী জনসভাৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটাৰৰ মন জয় কৰাত এতিয়া ব্যস্ত প্ৰাৰ্থী সকল । ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে বিভিন্ন পন্থা অৱলম্বন কৰিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে । এই ক্ষেত্ৰত পিছ পৰি থকা নাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বৰূপ দাস । বাগিছাৰ ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে কৰিমগঞ্জৰ ছলগই চাহ বাগিছাৰ শ্ৰমিকৰ ঘৰে ঘৰে গৈ ভোট বিচাৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী স্বৰূপ দাসে । আনকি শ্ৰমিক সকলৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে প্ৰাৰ্থী স্বৰূপ দাসে ।

Date : 04.04.19 Bpn chakraborty.  Karimganj .
ফুটেজ এফটিপিত দিয়া আছে slug A_kxj_801to802_cong_candidate_election_campaign
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.