বদৰপুৰ , ৫ অক্টোবৰঃ বৰাক উপত্যকাত পুনৰ আৰম্ভ হৈছে কয়লাৰ অবৈধ বেহা । শুকুৰবাৰে বদৰপুৰৰ ঠাণ্ডাপুৰ নামৰ ঠাইত ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনতে এখন ট্ৰাকৰ পৰা আন এখন ট্ৰাকলৈ কয়লা আনলোড কৰি থকা অৱস্থাত বিজেপি যুৱমৰ্চাৰ কৰ্মীসকলে হাতেলোটে ধৰা পেলাবলৈ সক্ষম হোৱা ঘটনাই প্ৰমাণ কৰিছে অভিযোগৰ সত্যতা । যুৱমৰ্চাৰ অভিযোগ, বদৰপুৰ আৰু গুমৰা আৰক্ষীক মেনেজ কৰি এনেদৰে চলি আছে কয়লাৰ চিণ্ডিকেট ।
বৰাকত অবৈধ কয়লাৰ ৰমৰমীয়া বেহা - বিজেপিৰ যুৱমৰ্চাৰ
বিজেপিৰ যুৱমৰ্চাৰ অভিযানত পোহৰলৈ আহিল নতুন তথ্য । বদৰপুৰ আৰু গুমৰা আৰক্ষীক মেনেজ কৰি অবৈধ কয়লাৰ বেহা চলি থকাৰ অভিযোগ ।

বৰাকত দিন দুপৰতে চলিছে কয়লাৰ চিণ্ডিকেট
বদৰপুৰ , ৫ অক্টোবৰঃ বৰাক উপত্যকাত পুনৰ আৰম্ভ হৈছে কয়লাৰ অবৈধ বেহা । শুকুৰবাৰে বদৰপুৰৰ ঠাণ্ডাপুৰ নামৰ ঠাইত ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনতে এখন ট্ৰাকৰ পৰা আন এখন ট্ৰাকলৈ কয়লা আনলোড কৰি থকা অৱস্থাত বিজেপি যুৱমৰ্চাৰ কৰ্মীসকলে হাতেলোটে ধৰা পেলাবলৈ সক্ষম হোৱা ঘটনাই প্ৰমাণ কৰিছে অভিযোগৰ সত্যতা । যুৱমৰ্চাৰ অভিযোগ, বদৰপুৰ আৰু গুমৰা আৰক্ষীক মেনেজ কৰি এনেদৰে চলি আছে কয়লাৰ চিণ্ডিকেট ।
বৰাকত দিন দুপৰতে চলিছে কয়লাৰ চিণ্ডিকেট
বৰাকত দিন দুপৰতে চলিছে কয়লাৰ চিণ্ডিকেট
Intro:বৰাকত আকৌ নতুনকৈ কয়লাৰ ৰমৰমিয়া বেহা চলাই আছে ।Body:বদৰপুৰ: - বৰাকত আকৌ নতুনকৈ কয়লাৰ ৰমৰমিয়া বেহা চলাই আছে । কুম্ভ নিদ্ৰাত গুমৰা পুলিচ আৰু ৱদৰপুৰ পুলিচৰ । শুক্ৰবাৰে বদৰপুৰৰ ঠাণ্ডাপুৰত ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ দিনৰ ভাগত কয়লাৰ লৰি এখনৰ পৰা আনখনত আনলোড কৰি থকাৰ সময়ত বদৰপুৰ বিজেপি যুবমুৰ্ছাৰ কৰ্মি সকলয়ে হাতেলাতে ধৰিবলৈ সক্ষম হয়। পাছত মোটা অংকৰ টকাৰ বিনিময়ত গাড়ী দুখন কৰবাত লৈ যোৱাৰ অভিযোগ যুবমুৰ্ছাৰ আষিশ দাসৰ । তেওঁ লোকে অভিযোগ কৰি কয় ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাতিৰ ভাগত কয়লাৰ সংবাদ বাৰ বাৰ প্ৰকাশ পালে সংবাদ মাধ্যমেত আৰু এতিয়া নিধিৰাম সৰ্দাৰ পুলিচক মেনেজ কৰি দিনৰ ভাগত মেঘালয়ৰ পৰা ত্ৰিপুৰা পাচাৰৰ সময়ত এটা কয়লা ভৰ্তি লৰিৰ পৰা আনখনত আনলোড চলিয়াছে । কোন কোন আৰক্ষী প্ৰশাসন ক মেনেজ কৰিবৰাকত এনে কয়লাৰ সিণ্ডিকেট চলিয়াছে. । অভিযোগ বদৰপুৰ আৰু গুমৰা পুলিচক মেনেজ ফৰ্মুলা কৰি এটা চক্ৰ অহৰহ কয়লা পাচাৰ কৰাৰ অভিযোগ কৰিলে যুব মুৰ্ছা কৰ্মচাৰী সকলে কৰিমগঞ্জ ।
স্বপ্নজিৎ নাথ ই টিভি ভাৰতৰ অসম Conclusion:নিইজ
স্বপ্নজিৎ নাথ ই টিভি ভাৰতৰ অসম Conclusion:নিইজ