ETV Bharat / state

বদৰপুৰত পথ দুৰ্ঘটনা, নিহত এজন - পথ দুৰ্ঘটনা

শুকুৰবাৰে পুৱতি নিশা বদৰপুৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহত পথ দুৰ্ঘটনা ৷ এগৰাকী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন তিনিজনকৈ লোক ৷ ৰাইজৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথটোত সঘনাই সংঘটিত হয় এনে দুৰ্ঘটনা ৷

etv bharat
author img

By

Published : Jun 14, 2019, 1:57 AM IST

Updated : Jun 14, 2019, 2:04 AM IST

কৰিমগঞ্জ, 14 জুন: শুকুৰবাৰে পুৱতি নিশা কৰিমগঞ্জৰ বদৰপুৰৰ ছয় নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ মিজোৰামৰ পৰা আহি থকা এখন অল্টো বাহনে পথৰ কাষতে ৰখাই থোৱা এখন কয়লা ভৰ্তি ট্ৰাকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় অল্টো বাহনখনৰ চালক গৰাকী ৷ ইফালে, অতি সংকটজনক অৱস্থাত আন তিনিজন লোকক শ্ৰীগৌৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

etv bharat
বদৰপুৰত পথ দুৰ্ঘটনা, নিহত এজন

সম্প্ৰতি, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

etv bharat
দুৰ্ঘটনাত থিতাতে নিহত হয় এখন অল্টো বাহনৰ চালক

Intro:আকৌ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৱদৰপুৰত মৰমান্তিক সড়ক দুৰ্ঘটনাত থিতাতে মৃত এক গুৰুতৰ ভাৱে আহত তিনBody:ৱদৰপুৰ: - কৰীমগঞ্জৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৱদৰপুৰ এলাকাত এতিয়া আকৌ এক ৱিৰাট সড়ক দুৰ্ঘটনা সংঘটিত হৈছে ।আজি ৰাতি এটা ৱজাত ৱদৰপৰ শহৰৰ আলাকোলিপুৰ অৱৈধ ভাৱে ৰাষ্ট্ৰীয় ঘাইপথ ৰৈ থকা কয়লা ৱৰতি ট্ৰাকত পিছৰ ফালৰ পৰা মিজোৰামৰ পৰা ওহা এখন অল্টো ইমান জুৰে খুন্দা মাৰি থিতাতে প্ৰাণ হেৰাই ড্ৰাইভাৰ জনে । আৰু তিনি জনৰ অৱস্থা সংকটজনক ।খৱৰ পাই ৱদৰপুৰ পুলিচৰ দল ঘটনা স্হলৰ পৰা মৃতদেহ আৰু গাড়ী দুখন আটক কৰি থানাত আনিলে আৰু আহত ৱিলাক শ্ৰীগৌৰি হাসপাতালত ভৰ্তি কৰিলে। ৰোজ ৰোজ সড়ক দুৰ্ঘটনা সচেতন ৰাইজক চিন্তাত পেলাই ছে কিন্তু আৰক্ষী কোন ভাল ৱ্যৱস্হা লোৱা নাই ।ৱদৰপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৈধভাবে ট্ৰাফিক জ্যাম ঘাইপথ গাড়ীৰ পাৰ্কিং নেকৰিলে তেন এতিয়া আকৌ এটা প্ৰাণ নেগেল তেন।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্ট
Last Updated : Jun 14, 2019, 2:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.