ETV Bharat / state

অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাইঃসদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা

author img

By

Published : Sep 18, 2019, 7:25 PM IST

অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিমগঞ্জ সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ৷ ৬ নং দফা সংশোধন কৰি কেৱল খিলঞ্জীয়া অসমীয়া বা খিলঞ্জীয়া শব্দ ব্যবহাৰ কৰাৰ বাবে যি চেষ্টা চলোৱা হৈছে সেয়া দূৰ্ভাগ্যজনক আখ্যা সভাপতি মনিৰউদ্দীন আহমেদৰ

অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাইঃসদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা

কৰিমগঞ্জ,18 ছেপ্টেম্বৰঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিমগঞ্জ সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ ৷ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি মনিৰউদ্দীন আহমেদে কয় যে, অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাই ৷ ৬ নং দফা সংশোধন কৰি কেৱল খিলঞ্জীয়া অসমীয়া বা খিলঞ্জীয়া শব্দ ব্যবহাৰ কৰাৰ বাবে যি চেষ্টা চলোৱা হৈছে সেয়া দূৰ্ভাগ্যজনক আখ্যা সভাপতিগৰাকীৰ ৷ ৬ নং দফা ৰূপায়নৰ ক্ষেত্ৰত যি সমিতি গঠন কৰা হৈছে সেই সমিতিত এজনো বাঙালী বুদ্ধিজীৱী বা প্ৰতিনিধিক স্থান দিয়া হোৱা নাই । এয়া অসম চুক্তিৰ অৱমাননা বুলি কয় মনিৰউদ্দীন আহমেদে ৷

অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাইঃসদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা
আনহাতে এন.আৰ.চি. ৰ ক্ষেত্ৰত বৈধ নথি-পত্ৰ থকা সত্ত্বেও চূড়ান্ত খচৰাৰ পৰা বাদ পৰিল বাঙালীভাষী বহুসংখ্যক লোক ৷ কিন্তু ৰাজ্য নাইবা কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ এন আৰ চিৰ নামত বঙালীভাষী এইসকল লোকক হাৰাশাস্তিৰ অভিযোগ সভাপতিগৰাকীৰ ৷ ৬নং দফা বলবৎ কৰি বাঙালীভাষী লোকসকলক অন্তৰ্ভূক্তিৰ দাবী জনায় সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কৰিমগঞ্জ জিলা সমিতিয়ে ৷

Intro:অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শালে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাই।Body:SLUG: AAMSA AGAINST 6TH CLAUSE OF ASSAM ACCORD, KARIMGANJ
অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শালে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কৰিমগঞ্জ জিলা সমিতিয়ে । সমিতিৰ সভাপতি মনিৰ উদ্দীন আহমেদে কয় অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাই । ৬ নং দফা সংশোধন কৰি কেৱল খিলঞ্জীয়া অসমীয়া বা খিলঞ্জীয়া শব্দ ব্যবহাৰ কৰাৰ বাবে যি চেষ্টা চলোৱা হৈছে সেয়া দূৰ্ভাগ্যজনক । ইয়াৰ উপৰিও ৬ নং দফা ৰূপায়নৰ ক্ষেত্ৰত যি সমিতি গঠন কৰা হৈছে সেই সমিতিত এজনো বাঙালী বুদ্ধিজীবী বা প্ৰতিনিধিক স্থান দিয়া হোৱা নাই । এয়া অসম চুক্তিৰ অবমাননা । একেদৰে এন.আৰ.চি. ৰ ক্ষেত্ৰত বৈধ নথি-পত্ৰ থকা সত্ত্বেও চূড়ান্ত খচৰাৰ পৰা বাদ পৰিল বহু বাঙালী ভাষাৰ লোক । কিন্তু ৰাজ্য নাইবা কেন্দ্ৰ চৰকাৰে ইয়াৰ কোনও ব্যবস্থা লোৱা নাই । আজিৰ দিনত এন.আৰ.চি. ৰ নামত বাঙালি সকলক হাৰাশাস্তি কৰা হৈছে আছে । ৬নং দফা বলবত্ কৰিবই হলে বাঙালিক অন্তৰ্ভূক্তিৰ দাবি জনায় সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কৰিমগঞ্জ জিলা সমিতিয়ে । কাৰন বাঙালিসকলো ইয়াৰে ভূমিপুত্ৰ । লগতে এন.আৰ.চি-ত হিন্দুয় হউক বা মুচলমানে হউক এজনো বাঙালি লোকৰ নাম যাতে বাদ নেদিয়াৰ দাবি জনায় । সংস্থাৰ সম্পাদকে কয়, বাংলা ভাষাৰ বাৱে আজি অবহেলিত । জাতি বৰ্ণ এড়ি ৰাজনীতিৰ উৰ্ধত উঠি আজিৰ দিনত বাঙালি সকল একত্ৰিত হব লাগিব ।
Conclusion:সকলো বাংলাভাষী লোকক একত্ৰিত হোৱাৰ আহ্বান সংগঠনটোৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.