- কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ দোহালিয়াত পায়স বনাই খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰে 8 জন লোক
- ইতিমধ্যে এই বিষক্ৰিয়াত মৃত্যু হৈছে শ্যামলা শুক্লবৈদ্য(67) নামৰ এগৰাকী সদস্যৰ
- বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখীৰেৰে পায়স বনাইছিল তেওঁলোকে
- দুজন লোকৰ অৱস্থা সংকটজনক
- প্ৰথমে অসুস্থ লোক সকলক পাথাৰকান্দি চিকিৎসালয়লৈ লৈ যোৱা হয় পাচত সকলোকে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়
পায়স খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰ 8 জন : মৃত্যু এজনৰ - কৰিমগঞ্জ
বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখীৰেৰে পায়স বনাইছিল তেওঁলোকে ।
পায়স খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰ ৯ জন লোক
- কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ দোহালিয়াত পায়স বনাই খাই অসুস্থ হৈ পৰিল একেটা পৰিয়ালৰে 8 জন লোক
- ইতিমধ্যে এই বিষক্ৰিয়াত মৃত্যু হৈছে শ্যামলা শুক্লবৈদ্য(67) নামৰ এগৰাকী সদস্যৰ
- বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখীৰেৰে পায়স বনাইছিল তেওঁলোকে
- দুজন লোকৰ অৱস্থা সংকটজনক
- প্ৰথমে অসুস্থ লোক সকলক পাথাৰকান্দি চিকিৎসালয়লৈ লৈ যোৱা হয় পাচত সকলোকে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়
Intro:Body:
Conclusion:
বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখিৰ দি পায়স বনাই খাই একে পৰিয়ালৰ ৯জন লোক অসুস্থ হৈ পৰিল | ঘৰৰ গৰাকি শ্যামলি শুক্লবৈদ্য সহ আন তিনি জনৰ অবস্থা সংকটজনক | ঘটনা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ দোহালিয়াত | প্ৰথমে পাথাৰৰান্দি চিকিত্সালয়ত গলেও সকলকে কৰিমগঞ্জ অসামৰিক চিকিত্সালয়লৈ স্থানান্তৰিত কৰা হয় |
Conclusion:
Last Updated : Jul 13, 2019, 1:18 PM IST