কৰিমগঞ্জ, 1 মে': কৰিমগঞ্জ জিলাত কৰ'ণাত আক্ৰান্ত হয় দ্বিতীয় গৰাকী ব্যক্তি । আক্ৰান্ত ব্যক্তিগৰাকী 17 মাৰ্চত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, আক্ৰান্ত লোকগৰাকীৰ ঘৰ কৰিমগঞ্জ জিলাৰ লাতুত বুলি জানিব পৰা গৈছে । এই ঘটনা পোহৰলৈ অহাৰ লগে লগে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে লোকজনক ।
লগতে পঢ়কঃ কৰ'ণা আৰু ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ