ETV Bharat / state

কৰিমগঞ্জৰ বদৰপুৰৰ চেইণ্ট জোচেফচ স্কুলত এশ শতাংশ ফলাফল - বদৰপুৰ

এইবাৰ 44 গৰাকী পৰিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে 19 গৰাকীয়ে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত 8 গৰাকী আৰু তৃতীয় বিভাগত দুই গৰাকী লগতে লেটাৰ 96, ষ্টাৰ 9 আৰু ডিষ্টিংচন 6 ।

কৰিমগঞ্জৰ বদৰপুৰৰ চেইণ্ট জোচেফচ স্কুলত এশ শতাংশ ফলাফল
author img

By

Published : May 15, 2019, 5:58 PM IST

বদৰপুৰ,15 মে': আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বদৰপুৰ চেইণ্ট জোচেফচ স্কুলত এশ শতাংশ ফলাফলত আনন্দৰ জোৱাৰ বৈছে ৷ নিৰঞ্জনা দাস নামৰ ছাত্ৰী গৰাকীয়ে অংকত এশ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷ তেওঁৰ সপোন এগৰাকী ডাক্তৰ হৈ ৰাইজৰ সেৱা কৰা ৷ এইবাৰ 44 গৰাকী পৰিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

কৰিমগঞ্জৰ বদৰপুৰৰ চেইণ্ট জোচেফচ স্কুলত এশ শতাংশ ফলাফল

লগতে পঢ়ক: চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীৰ সাফল্যঃ ষষ্ঠ স্থানত গোৱালপাৰাৰ ছাৰমিন

ইয়াৰে 19 গৰাকীয়ে প্ৰথম বিভাগত দ্বিতীয় বিভাগত 8 গৰাকী আৰু তৃতীয় বিভাগত দুই গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় লগতে 96 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক, 9 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ আৰু 6 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংচন লাভ কৰে।

Intro:কৰিমগঞ্জৰ ৱদৰপুৰত থকা সেন্ট জোশেফ স্কুলত একশ শতাংশ ফলাফল।Body:আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৱদৰপুৰ সেন্ট জোশেফ স্কুলত একশ শতাংশ ফলাফলত খুশিৰ হাওয়া ৱইছে ৱদৰপুৰত।নিৰঞ্জনা দাস নামৰ এজন ছাত্ৰী অংকত একশ মাজত একশ পাই প্ৰথম ৱিভাগত উত্তিৰ্ণ হৈছে তাৰ স্বপ্ন এজন ডাক্তৰ হৈ ভাল মানুহ ধৰে ৰাইজৰ কামত কৰা । 44জন পৰীক্ষা দি 19জন প্ৰথম ৱিভাগত দ্বিতীয় ৱিভাগত 8জন আৰু তৃতীয় ৱিভাগত দুই জন পাশ কৰিলে ।লেটাৰ 96 স্টাৰ 9 ডিস্টিংশন 6। এপিনি ৱেসৰকাৰি ৱিদ্যালয় আলহিৰা নেশনেল স্কুলত 25 জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দি 22জন প্ৰথম ৱিভাগত দ্বিতীয় ৱিভাগত 3জন ।মালুয়া পাৱলিক হাই স্কুলত 110 জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দি 60জন পাশ কৰিলে ।প্ৰথম ৱিভাগত 6জন দ্বিতীয় ৱিভাগ 31আৰু তৃতীয় ৱিভাগত 23 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হল। ৱদৰপুৰ ছোৱালী হাই মাদ্ৰাছা 27 জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দি 17জন উত্তীৰ্ণ হোৱাৰ পিছত প্ৰথম ৱিভাগত 4জন দ্বিতীয় ৱিভাগত চাৰি জন তৃতীয় ৱিভাগত 9জন।লেটাৰ 13জন আনিবলৈ সক্ষম হৈছে। সৰকাৰী ৱিদ্যালয়তখকৈ ৱেসৰকাৰি ৱিদ্যালয়ৰ চমক দেখুয়ালে।Conclusion:ৱদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.