ETV Bharat / state

ডিফুত গঁড়ৰ খৰ্গসহ আটক তিনিজনকৈ লোক - ডিফুত গঁড়ৰ খৰ্গসহ আটক তিনিজনকৈ লোক

ডিফুত গঁড়ৰ খৰ্গসহ আটক কৰা হয় তিনিজনকৈ লোকক ৷ আৰক্ষী সুত্ৰই জনোৱা মতে জীৱন টেৰণৰ ঘৰলৈ ছুকুৰছিং টেৰণ নামৰ লোকজনে গঁড়ৰ খৰ্গটো বিক্ৰিৰ বাবে আনিছিল আৰু লোক তিনিজনৰ সৈতে যোগাযোগ কৰিছিল ৷

ডিফুত গঁড়ৰ খৰ্গসহ আটক তিনিজনকৈ লোক
author img

By

Published : Nov 1, 2019, 10:42 PM IST

ডিফু, 1 নৱেম্বৰঃ ডিফুত গঁড়ৰ খৰ্গসহ আটক কৰা হয় তিনিজনকৈ লোকক ৷ বৃহস্পতি বাৰে নিশা এক গোপন সুত্ৰৰ পমখেদি ডিফু আৰক্ষীয়ে ডিফু এগ্ৰিকালচাৰ কল'নিৰ জীৱন টেৰণৰ বাসগৃহৰ পৰা গঁড়ৰ খৰ্গৰ সৈতে লোক তিনিজনক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সুত্ৰই জনোৱা অনুসৰি জীৱন টেৰণৰ ঘৰলৈ ছুকুৰছিং টেৰণ নামৰ লোকজনে গঁড়ৰ খৰ্গটো বিক্ৰিৰ বাবে আনিছিল আৰু লোক তিনিজনৰ সৈতে যোগাযোগ কৰিছিল ৷ আটকাধীন লোক তিনিজন ক্ৰমে, ডিফু ডিএভি সমকুলৰ কাষৰ ৰংচিংদনৰ কামছিং ইংলেঙৰ পুত্ৰ পৱন ইংলেঙ, ডিফু পাপলাংপীৰ নিবাসী আতৰামাৰী ইংলেঙৰ পুত্ৰ বিমল ইংলেঙ (৩৯) বুলি চিনাক্ত কৰা হৈছে ৷ গঁড়ৰ খৰ্গ অনা মূল অপৰাধী ছুকুৰছিং পলাতক হৈ আছে ৷

Two person apprehended with rhino horn at Diphu
ডিফুত গঁড়ৰ খৰ্গসহ আটক তিনিজন

আনহাতে, ধৃত লোক দুজনৰ বিৰুদ্ধে ডিফু থানাত ২৩৯/ ২০১৯ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি ৫১ (বন্য প্ৰাণী আইন) অনুসৰি গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদালতত হাজিৰ কৰাই এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হয় ৷

Intro:ডিফুত গঁড়ৰ খৰ্গ সহ দুজনক আটক, এদিনৰ বাবে আৰক্ষীৰ জিম্মাত লোক দুজন ৷
----------------------------------------

ডিফু, ১ নৱেম্বৰ:- পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত গঁড়ৰ খৰ্গ সহ তিনিজন লোকক আটক কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতি বাৰে নিশা এক গোপন সুত্ৰৰ পমখেদি ডিফু আৰক্ষীয়ে ডিফু এগ্ৰিকালচাৰ কল'নিৰ জীৱন টেৰণৰ বাসগৃহৰ পৰা গঁড়ৰ খৰ্গ সৈতে লোক তিনিজনক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীৰ সুত্ৰ মতে জীৱন টেৰণৰ ঘৰলৈ ছুকুৰছিং টেৰণ নামৰ লোকজনে গঁড়ৰ খৰ্গটো বিক্ৰিৰ বাবে আনিছিল আৰু লোক তিনিজনৰ সৈতে যোগাযোগ কৰিছিল ৷ আটকাধীন লোক তিনিজন ক্ৰমে, ডিফু ডিএভি সমকুলৰ কাষৰ ৰংচিংদনৰ কামছিং ইংলেঙৰ পুত্ৰ পৱন ইংলেঙ, ডিফু পাপলাংপীৰ নিবাসী আতৰামাৰী ইংলেঙৰ পুত্ৰ বিমল ইংলেঙ (৩৯) বুলি চিনাক্ত কৰা হৈছে ৷ গঁড়ৰ খৰ্গ অনা মূল অপৰাধী ছুকুৰছিং পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ ধৃত লোক দুজনক ডিফু থানাৰ গোছৰ ২৩৯/ ২০১৯ নম্বৰত গোছৰ ৰুজোদি ভাৰতীয় দণ্ডবিধি ৫১ (বন্য প্ৰাণী আইন) অনুসৰি গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদালতত হাজিৰ কৰাই এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনে ৷

ছাইদুল ইছলাম, ডিফুBody:***********Conclusion:********--
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.