ETV Bharat / state

পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব এইবাৰৰ টেট পৰীক্ষা !! - latest update TET exam

অহা 10 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টেট পৰীক্ষা পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰা হ'ব টেট পৰীক্ষা এই মন্তব্য চেবাৰ অধ্যক্ষ আৰ চি জৈনৰ ৷

পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব এইবাৰৰ টেট পৰীক্ষাঃ চেবা অধ্যক্ষ
author img

By

Published : Nov 9, 2019, 7:32 PM IST

গুৱাহাটী, 9 নৱেম্বৰঃ অহা 10 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টেট পৰীক্ষা পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰা হ'ব টেট পৰীক্ষা ৷ এই মন্তব্য চেবাৰ অধ্যক্ষ আৰ চি জৈনৰ ৷ পৰীক্ষা গৃহত কোনোধৰণৰ ইলেকট্ৰ'নিক সামগ্ৰী তথা জ্যামিতি বক্সো ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে ৷ ইয়াৰোপৰি নিৰীক্ষকে প্ৰশ্নৰ টোপোলা পৰীক্ষাৰ কেইমুহূর্তমান পূৰ্বেহে পৰীক্ষাগৃহত খুলিব লগতে কেৱল পৰীক্ষৰ্থীয়ে নহয় নিৰীক্ষকেও ব্যৱহাৰ কৰিব নোৱাৰিব ম'বাইল এই মন্তব্য চেবাৰ অধ্যক্ষ গৰাকীৰ ।

পূৰ্ব্বতকৈ অধিক কঠোৰ হ'ব এইবাৰৰ টেট পৰীক্ষাঃ চেবা অধ্যক্ষ

উল্লেখ্য যে, 2010 চনৰ পিছত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টেট পৰীক্ষাত কেৱল বি.এড আৰু ডি.এল.এড ডিগ্ৰীধাৰী সকলেহে অৱতীৰ্ণ হ'ব পাৰিব ৷ সৰ্বমুঠ 587 টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এইবাৰৰ টেট পৰীক্ষা । নিম্ন প্ৰাইমাৰীত অৱতীৰ্ণ হ'ব 23,0482 সংখ্যক পৰীক্ষাৰ্থী । আনহাতে উচ্চ প্ৰাইমাৰী অৱতীৰ্ণ হ'ব 16,6079 গৰাকী পৰীক্ষাৰ্থী । অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীক শুভকামনা জ্ঞাপন কৰে চেবাৰ অধ্যক্ষ আৰ চি জৈনে ৷

আৰু পঢ়কঃ ওড়িশাৰ উপকূলৱৰ্তী জিলাসমূহত 'বুলবুল'ৰ বিস্তৰ প্ৰভাৱ

Intro:পূৰ্বতকৈ কঠোৰ হব এইবাৰৰ টেট পৰীক্ষা। কোনো ধৰণৰ ইলেক্ট্রিক সামগ্ৰী অথবা জ্যামিতিৰ বক্স পৰীক্ষা লৈ নিব নোৱাৰিব। সৰ্বমুঠ 587 টা কেন্দ্ৰত অনুষ্ঠিত হব এইবাৰৰ টেট পৰীক্ষা।
নিম্ন প্ৰাইমেৰীত অৱৰ্তীণ হব 230482 সংখ্যক পৰীক্ষাৰ্থী ।
উচ্চ প্ৰাইমেৰী অৱৰ্তীণ হব 166079 গৰাকী পৰীক্ষাৰ্থী।
2010 চনৰ পিছত প্ৰথম বাৰ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰিব টেট পৰীক্ষা এই কথা কলে চেবা অধ্যক্ষ আৰ চি জৈনে ।

Body:50 ৰ পৰা 60 শতাংশ কেন্দ্ৰত জেমাৰ ব্যৱহাৰ কৰা হব প্ৰথম বাৰৰ বাবে।
2010 চনৰ টেট পৰীক্ষাত কৈ পৃথক এইবাৰৰ পৰীক্ষা কাৰণ কেৱল বি এড আৰু ডি এল এড ডিগ্ৰীধাৰী সকলেহে টেট পৰীক্ষাত অৱৰ্তীণ হব।
প্ৰশ্নৰ টোপোলা পৰীক্ষাৰ কেইমুহূর্ত মান পূৰ্বে পৰীক্ষা হলত খুলিব নিৰীক্ষকে।
কেৱল পৰীক্ষৰ্থীয়ে নহয় নিৰীক্ষকেও ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল।
প্ৰতিটো পৰীক্ষা হলত দুজন পৰীক্ষৰ্থীৰ পৰা আপত্তি নোহোৱা চহী নিৰীক্ষকে লব লাগিব।

Conclusion:10 তাৰিখে অনুষ্ঠিত হব লগা টেট পৰীক্ষা বাবে সকলোৰে সহযোগিতা বিচৰাৰ লগতে সকলো পৰীক্ষাৰ্থীক পৰীক্ষাৰ শুভকামনা চেবাৰ অধ্যক্ষ গৰাকীৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.