ETV Bharat / state

ডিফুত প্ৰাক্তন সৈনিকৰ ৰেলী

উক্ত ৰেলীৰ জৰিয়তে প্ৰাক্তন চাকৰিয়ালসকলৰ চলি থকা আৰু আহিবলগীয়া আঁচনিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া, সন্তানৰ শিক্ষা, পুনৰ সংস্থাপন, পেন্সন জাতীয় বিষয়ৰ ওপৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয় ৷ অনুষ্ঠানত এক চিকিৎসা শিবিৰো অনুষ্ঠিত হয় ৷

সেনাৰ উদ্যোগত ডিফুত প্ৰাক্তন চাকৰিয়াল সকলৰ ৰেলী সম্পন্ন
author img

By

Published : Jun 16, 2019, 9:20 AM IST

Updated : Jun 17, 2019, 12:13 AM IST

ডিফু, ১২ জুনঃ ডিফুত শনিবাৰে অনুষ্ঠিত হয় প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে এক বিশেষ অনুষ্ঠানৰ ৷ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে ইয়াৰ ছিণ্ডিথ ব্ৰিগেডৰ সৌজন্যত আৰু অব নেক্সট অব কিনৰ স্মৃতিত ডিফু ক্লাৱত শনিবাৰে দিনজোৰা কাৰ্যসূচীলৈ প্ৰাক্তন চাকৰিয়ালসকলৰ এক ৰেলী অনুষ্ঠিত কৰে ৷ উক্ত ৰেলীৰ জৰিয়তে প্ৰাক্তন চাকৰিয়ালসকলৰ চলি থকা আৰু আহিবলগীয়া আঁচনিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া, সন্তানৰ শিক্ষা, পুনৰ সংস্থাপন, পেন্সন জাতীয় বিষয়ৰ ওপৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয় ৷ অনুষ্ঠানত এক চিকিৎসা শিবিৰো অনুষ্ঠিত হয় ৷

সেনাৰ উদ্যোগত ডিফুত প্ৰাক্তন চাকৰিয়াল সকলৰ ৰেলী সম্পন্ন

ৰেলীত পূব আৰু পশ্চিম কাৰবি আংলং, হোজাই, শোণিতপুৰ নগাঁও আৰু মৰিগাঁও জিলাৰ ৫৮৯ গৰাকী প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ পৰিয়ালসকল উপস্থিত থাকে ৷

Intro:সেনাৰ উদ্যোগত ডিফুত প্ৰাক্তন চাকৰিয়াল সকলৰ ৰেলী সম্পন্ন

ডিফু, ১২ জুন:- ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে ইয়াৰ ছিণ্ডিথ ব্ৰিগেডৰ সৌজনত আৰু ইয়াৰ অব নেক্সট অব কিনৰ স্মৃতিত ডিফু ক্লাৱত শণিবাৰে দিনযোৰা কাৰ্যসূচীলৈ প্ৰাক্তন চাকৰিয়াল সকলৰ এক ৰেলীৰ অনুষ্ঠিত কৰে ৷ উক্ত ৰেলীৰ জৰিয়তে প্ৰাক্তন চাকৰিয়াল সকলৰ চলি থকা আৰু আহিবলগীয়া আঁচনিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া , শিক্ষা ব্যৱস্থা, পুণ: সংস্থাপন পেন্সন জাতীয় বিষয়ৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় ৷ এই উপলক্ষে এক চিকিৎসা শিবিৰ মুকলি কৰি অভিজ্ঞ ভেটাৰেণ, নেক্সট অব কিন, বীৰ নাৰী,সাহসী বিধৱা সকলক উপকৃত কৰাৰ লগতে ডিমাপুৰৰ ইচিএইছ, ইএছএম উন্নতকৰণ কেন্দ্ৰ, জেডএছডব্লিউএছ পেন্সন ডেস্ক, জিলা সৈনিক ব'ৰ্ড চিভিল নাবাৰ্ড আৰু এছবিআইৰ গ্ৰাম্য আত্মসহায়ক গোট আৰু অন্যান্য ৱেলফেয়াৰ এজেন্সি সমূহ প্ৰদৰ্শন কৰা হয়৷ উল্লেখিত হিতাধিকাৰী সকলৰ চিএছডি সুবিধা, ডি আই এভি ৱেভ ৰেজিষ্ট্ৰেছন সুবিধা প্ৰদান কৰা হয় আৰু মুখ্য অতিথিৰ দ্বাৰা মাউৰা, বীৰ নাৰী ,যুদ্ধ বিকলাংগ সাহসী হৃদয়ৰ বিধৱা মহিলা সকলক সম্বৰ্ধিত কৰা হয় ৷ ৰেলীত পূব আৰু পশ্চিম কাৰবি আংলং, হোজাই, শোণিতপুৰ নগাওঁ আৰু মৰিগাঁও জিলাৰ ৫৮৯ গৰাকী ভেটাৰেণ, নেক্সট অব কিন, বীৰ নাৰী, সাহসী বিধৱা আৰু নিৰ্ভৰশীল সকল ডিফু ক্লাৱত সমবেতহৈ সেনাৰ ৰেলীক সফল কৰি তোলে৷ ৰেলীত কাৰবি মডাৰ্ণ ডেন্স, দেশপ্ৰেম মূলক গীত ,লোকনৃত্য অসম ৰেজিমেণ্টেল সংগীত আদি পৰিবেশনেৰে দৰ্শকক আপ্লুত কৰে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*************Conclusion:**--*-***********
Last Updated : Jun 17, 2019, 12:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.